শনিবাৰে ৰাজ্যজুৰি উদযাপিত হৈছে ছহিদ দিৱস৷বিজেপি ৰাজ্যিক যুৱমৰ্চাৰ উদ্যোগত নলবাৰীৰ বেলশৰত বিশাল আয়োজনৰে ছহিদ দিৱস উদযাপন কৰিছিল৷অনুষ্ঠানত ৰাজ্যৰ মন্ত্ৰী বিধায়কৰ লগতে বিজেপি ৰাজ্যিক সভাপতি ভবেশ কলিতাই ও অংশগ্ৰহণ কৰিছিল৷উক্ত অনুষ্ঠানৰ দুপৰীয়া সময়ত প্ৰায়ভাগ মানুহে ভাত খাবলৈ উঠি যোৱাত চকী সমূহ খালি হৈ পৰে৷সেইসময়তেে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভাষন দিৱলৈ উঠি খালি চকী দেখি ক্ষোভ উজাৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
INOX India IPO Opens: आप लगा रहे कंपनी के IPO में पैसा?, मैनेजमेंट से समझें क्या है कारोबार? | News
INOX India IPO Opens: आप लगा रहे कंपनी के IPO में पैसा?, मैनेजमेंट से समझें क्या है कारोबार? | News
ইলোৰা বিজ্ঞান মঞ্চ
ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত ----
৪ গৰাকীৰ মৰণোত্তৰ দেহদান ইচ্ছাপত্ৰত স্বাক্ষৰ সম্পন্ন ৷
...
Delhi Metro's 'choice of clothing' statement after viral video of young woman
After the video of a young woman - dressed in a very revealing outfit - travelling on a Delhi...
ચોટીલાના નારીયેળી ગામે આધેડની તિક્ષ્ણ હથિયારોના ઘા ઝીંકી ક્રૂર હત્યા નિપજાવવામાં આવતા સમગ્ર પંથકમાં ચકચાર મચી
ચોટીલાના નારીયેળી ગામે આધેડની તિક્ષ્ણ હથિયારોના ઘા ઝીંકી ક્રૂર હત્યા નિપજાવવામાં આવતા સમગ્ર...