অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক সোনাৰিত সোঁৱৰণ কৰাহয়। আজিৰ দিনটোতে ১৯৭৯ চনত মৃত্যু।হৈছিল অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ। খৰ্গেশ্বৰ তালুকদাৰক শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে আজি চৰাইদেউ জিলা।ছাত্ৰ সন্থা আৰু সোনাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সমুহ চৰাইদেউবাসীৰ সহযোগত সদৌঅসম ছাত্ৰসন্থাৰ কেন্দ্ৰীয়।শ্বহীদ দিৱসৰ আয়োজন কৰাহয়। অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদকে ধৰি ৮৬০ গৰাকী চহিদক স্মৰণ কৰাহয় ।পুৱা।দহবজাৰ লগে লগে সদৌঅসম ছাত্ৰ সন্থাৰ।পতাকা উত্তোলন , শ্বহীদ তৰ্পণ , শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ তাৰ লগে লগে ৮৬০ গৰাকী শ্বহীদক সোঁৱৰি বন্তি প্ৰজ্বলন কৰাহব। সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ লগে লগে মুকলি সভা অনুষ্ঠিত হ'ব। সন্ধিয়া ভাওঁনা প্ৰদৰ্শন কৰাহ'ব।