নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ আঠঘৰিয়াত অৱস্থিত ৰ’কফোৰ্ড স্কুলত অইনবেলিৰ দৰে এইবেলিও নামনি অসমৰ কৃষিভিত্তিক উৎসৱ মহৌহো উদযাপন কৰে৷উল্লেখ্য যে ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান হিচাবে অসমৰ লোক সংস্কৃতিৰ ওপৰত ছাত্ৰছাত্ৰী সকলক জ্ঞান দিয়াৰ মানসিকতাৰে উক্ত উল্লেখনীয় পদক্ষেপ প্ৰতিষ্ঠা কালৰে পৰা লৈ আহিছে৷আজিও আঘোন মাহৰ পূৰ্ণিমা তিথিৰ পবিত্ৰ ক্ষনত বিদ্যালয়ৰ ছাত্ৰছাত্ৰীৰ দ্বাৰা মহৌহো উৎসৱ উদযাপন কৰি অঞ্চলবাসী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিশ্ব হিন্দু পৰিষদ, বজৰংগ দল, ওদালগুৰিৰ উদ্যোগতযুৱ সংস্কাৰ শিৱিৰ অনুষ্ঠান
বিশ্ব হিন্দু পৰিষদ, বজৰংগ দল, ওদালগুৰিৰ উদ্যোগতযুৱ সংস্কাৰ শিৱিৰ অনুষ্ঠান
શિવરાજપુર વાડી વિસ્તારમાં જુગાર રમીરહેલા. પાચ શખ્સો ઝડપાયા
શિવરાજપુર વાડી વિસ્તારમાં જુગાર રમીરહેલા. પાચ શખ્સો ઝડપાયા
જીવાપર સાણથલી વચ્ચેનો રોડની નબળી કામગીરીને લઈને રોડનો વિડિઓ સોશિયલ મીડિયામાં વાયરલ કર્યો
જીવાપર સાણથલી વચ્ચેનો રોડની નબળી કામગીરીને લઈને રોડનો વિડીયો ઉતારી સોશિયલ મીડિયામાં વાયરલ કર્યો
মথুৰাপুৰত উলহমালহেৰে গণেশ পূজা পালন
মথুৰাপুৰত উলহমালহেৰে গণেশ পূজা পালন
আজি গনেশ চতুৰ্থী। সমগ্ৰ দেশতে উলহ মালহেৰে উদযাপন কৰা হৈছে...