ছিপাঝাৰৰ দুনীত গ্ৰীষ্মকালীন নাট কৰ্মশালাত বিধায়ক পৰমানন্দ ৰাজবংশী। দুনী কৃষ্টি সংঘৰ সৌজন্যত আয়োজন কৰা গ্ৰীষ্মকালীন নাট কৰ্মশালা পৰ্যবেক্ষণ কৰে বিধায়কগৰাকীয়ে। তাত যি নৱপ্ৰতিভাই নাটকৰ প্ৰতি আকৰ্ষিত হৈ নাটকৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰে আৰু অনাগত সময়ত সেই প্ৰতিভা সমূহে যাতে এই অঞ্চললৈ সুনাম কঢ়িয়াই আনে তাৰ বাবে শুভাশিস প্ৰদান কৰে ড° পৰমানন্দ ৰাজবংশীয়ে। দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি আছে নাট কৰ্মশালাখনি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અંબાજી નામાર્ગો પર સેવાનો માં લોકો માઇ ભક્તોને આપી રહ્યા છે સેવાઓ.
અંબાજી.મેળા માં આવતા ભક્તોને સેવા કેમ્પો માં લોકો તન મન ધનથી સેવા આપી રહ્યા છે ત્યારે આજ રોજ એક...
চাপৰমুখ গীতাদেবী হানছাৰিয়া স্মৃতি শংকৰদেৱ শিশু নিকেতনৰ চতুৰ্দশ তম্ প্ৰতিষ্ঠা দিৱস পালন।
সাংস্কৃতিক শোভাযাত্ৰা,দীহা নামেৰে মুখৰিত।
নিকেতনৰ ১১মেধাবী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়।
ৰহাৰ চাপৰমুখ মাৰবাৰী পটী স্থিত গীতাদেবী হানছাৰীয়া স্মৃতি শংকৰদেৱ শিশু নিকেতনে গৌৰৱপূৰ্ন ১৪বৰ্ষ...
Dhruv Rathee vs Karolina Goswami का सच क्या, India in details वाले Couple के क्या आरोप| Social List
Dhruv Rathee vs Karolina Goswami का सच क्या, India in details वाले Couple के क्या आरोप| Social List
हर रोग का दुश्मन हैं शरपुंखा,लीवर के लिए रामबाण औषधि
हर रोग का दुश्मन हैं शरपुंखा,लीवर के लिए रामबाण औषधि