ছিপাঝাৰৰ দুনীত গ্ৰীষ্মকালীন নাট কৰ্মশালাত বিধায়ক পৰমানন্দ ৰাজবংশী। দুনী কৃষ্টি সংঘৰ সৌজন্যত আয়োজন কৰা গ্ৰীষ্মকালীন নাট কৰ্মশালা পৰ্যবেক্ষণ কৰে বিধায়কগৰাকীয়ে। তাত যি নৱপ্ৰতিভাই নাটকৰ প্ৰতি আকৰ্ষিত হৈ নাটকৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰে আৰু অনাগত সময়ত সেই প্ৰতিভা সমূহে যাতে এই অঞ্চললৈ সুনাম কঢ়িয়াই আনে তাৰ বাবে শুভাশিস প্ৰদান কৰে ড° পৰমানন্দ ৰাজবংশীয়ে। দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি আছে নাট কৰ্মশালাখনি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરત શહેરના ઉમિયાધામ સર્કલ વરાછા વિસ્તારમાં આમ આદમી પાર્ટી દ્વારા ગેરંટી કાર્ડ વિતરણ કરવામાં આવ્યા.
સુરત શહેરના ઉમિયાધામ સર્કલ વરાછા વિસ્તારમાં આમ આદમી પાર્ટી દ્વારા ગેરંટી કાર્ડ વિતરણ કરવામાં આવ્યા.
मेंढक मेंढकी का विवाह अच्छी बारिश के साथ राहुल गांधी के विवाह की भी सौगात लाए
मेंढक मेंढकी का विवाह करवा कर राहुल गांधी के विवाह और सद्बुद्धि की कामना की
राहुल गांधी...
August Auto Sales Data: Maruti, Hyundai, Tata का अगस्त में कैसी रही सेल, किसने मारी बाजी, यहां पढ़ें डिटेल्स
मारुति भारतीय बाजार में सबसे अधिक कारों की सेल करने वाली कंपनी में से एक है। आपको बता दें वाहन...
জামুগুৰিহাটত বহু পথাৰ ছন পৰাৰ আশংকা।
অঞ্চলটোৰ বৰপথাৰ,চকীঘাট পথাৰকে ধৰি বহু পথাৰত কৃষকে এতিয়া কঠিয়াৰ অভাৱৰ বাবেই খেতি কৰিব নোৱাৰি...
વાલ્લા શાળામાં ૭૫ ફૂટ લાંબા તિરંગાની વિશાળ યાત્રા નીકળી.
વાલ્લા શાળામાં ૭૫ ફૂટ લાંબા તિરંગાની વિશાળ યાત્રા નીકળી.