ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাঙ আঞ্চলিক বন বিভাগৰ অন্তৰ্গত ১ নং দিখাৰীত প্ৰায় আঠ ফুট দীঘল এডাল অজগৰ উদ্ধাৰ কৰে প্ৰফুল্ল বৰুৱা নামৰ ব্যক্তিয়ে। ব্যক্তি গৰাকীয়ে পথাৰত ধান আনিবলৈ যাঁওতে পকা ৰাস্তাত অজগৰটো অতিক্ৰম কৰিব লওতে দেখা পায় উদ্ধাৰ কৰে আৰু খোৱাং আঞ্চলিক বন বিভাগক খবৰ দিয়ে। কিছুসময়ৰ পিছত খোৱাং আঞ্চলিক বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ অজগৰটো লৈ যায়। কিছু দিনৰ পৰা উক্ত অঞ্চলত হাঁহ, কুকুৰা, ছাগলী পোৱালী আদি ভক্ষণ কৰি অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয়লোকে। কিয়নো বিগত দিন কেইটা অঞ্চলটোৰ হাঁহ, কুকুৰা, ছাগলী পোৱালী হেৰাই আছিল। বৰ্তমান লৈকে বন বিভাগে কত এৰিব সেই বিষয়ে সঠিক জনোৱা নাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદ શહેરમાં સરદારનગર ખાતે 'સાધુ વાસવાણી ઉધાન'નું ભવ્ય ઉદ્ધાટન,#gujarat_geeta_news_ #google
અમદાવાદ શહેરમાં સરદારનગર ખાતે 'સાધુ વાસવાણી ઉધાન'નું ભવ્ય ઉદ્ધાટન,#gujarat_geeta_news_ #google
शिक्षक वेळेवर येत नसल्याने विद्यार्थ्यांचे शैक्षणिक नुकसान; गावकऱ्यांनी शाळेला ठोकले टाळे
शिक्षक वेळेवर येत नसल्याने विद्यार्थ्यांचे शैक्षणिक नुकसान; गावकऱ्यांनी शाळेला ठोकले टाळे
ડીસા થી ઇકબાલગઢ અપ ડાઉન ની રાઇડ કરી અનોખી રીતે વડાપ્રધાન નરેન્દ્ર મોદી ના જન્મદિવસ ની શુભકામનાઓ સાઇકલીંગ લવર્સ ગ્રુપ ના મેમ્બરો એ આપી હતી..
http://gexpressnewsnetwork.blogspot.com/2022/09/blog-post_18.html
দলগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বৃক্ষৰোপণ কাৰ্যসূচীত জিলা উপায়ুক্ত, বিধায়ক
আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি...
National Conference leader Omar Abdullah ने Lalu Yadav के PM पर दिए बयान की आलोचना की
National Conference leader Omar Abdullah ने Lalu Yadav के PM पर दिए बयान की आलोचना की