নাৰায়ণপুৰ উন্নয়ন খন্ডৰ অন্তৰ্গত শিমলুগুৰি গাঁও পঞ্চায়তত আজি ধান ক্ৰয় কেন্দ্ৰৰ উদ্বোধন কৰা হয় ৷ গ্ৰামাঞ্চলৰ কৃষকে চৰকাৰে নিধাৰণ কৰা ধানৰ উচিত মূৰ্ল্য লাভ কৰাৰ লগতে সহজতে উৎপাদিত ধান বিক্ৰী কৰিবৰ বাবে ৰাজ্য চৰকাৰে পঞ্চায়তে পঞ্চায়তে স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰ আঁচনিৰ জৰিয়তে শিমলুগুৰি গাঁও পঞ্চায়তটোত কেন্দ্ৰটো মুকলি কৰা হয় ৷ স্থানীয় বিধায়ক অমিয় কুমাৰ ভূঞাই লখিমপুৰ জিলা উপায়ুক্ত সুমিত চাট্টাৱন আৰু শিমলুগুৰি পঞ্চায়ত সভানেত্ৰী শিখামনী বৰকটকীৰ উপস্থিতিত কেন্দ্ৰটো মুকলি কৰে ৷ কেন্দ্ৰটো মুকলি পাছত জিলা উপায়ুক্ত গৰাকীয়ে পঞ্চায়তৰ বিভিন্ন উন্নয়ন মূলক কামৰ বিষয়ে পঞ্চায়ত সভানেত্ৰী আৰু প্ৰতিনিধিৰে আলোচনা কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાલનપુરના ચંડીસર નજીક ઉભેલી બસને ટ્રક ચાલકે ટક્કર મારી : 15 વ્યક્તિઓનો બચાવ
પાલનપુર-ડીસા હાઇવે ઉપર ચંડીસર નજીક ઉભેલી બસને રેતી ભરેલા ટ્રક ચાલકે પાછળથી ટક્કર મારી હતી. આ...
দৰঙৰ ধনশ্ৰী নৈ পাৰ হ'বলৈ লৈ নৈত উটি যায় দুই ছাত্ৰী; সংকটজনক অৱস্থাত উদ্ধাৰ মাছমৰীয়াৰ
দৰঙৰ ধনশ্ৰী নৈত দূৰ্ঘটনা৷ বগৰীবাৰী চৰত কলৰ ভূৰেৰে নৌ পাৰ হওঁতে পানীৰ সোঁতত উটি যায় মাৰ্জিয়া বেগম...
વાવ ભાજપ ડોકટર સેલ દ્વારા હિમોગ્લોબીન ચેકઅપ કેમ્પ યોજાયો...!
વાવ ભાજપ ડોકટર સેલ દ્વારા હિમોગ્લોબીન ચેકઅપ કેમ્પ યોજાયો...!
पायलट के गढ़ टोंक के देवली-उनियारा विधानसभा उपचुनाव में टिकट का दावेदार कौन? बीजेपी में भी उठापटक
राजस्थान में 25 लोकसभा सीटों पर हुए चुनाव के बाद जब नतीजे आए तो हर कोई चौंक गया। इन नतीजों में 5...
'हमें विदेश से समर्थन की जरूरत नहीं है' दिग्विजय सिंह के 'थैक यू जर्मनी' ट्वीट पर बोले कपित सिब्बल
कांग्रेस के वरिष्ठ नेता दिग्विजय सिंह द्वारा लोकसभा से राहुल गांधी की अयोग्यता पर ध्यान देने के...