বীৰ লাচিত সেনা , অসম শিৱসাগৰ জিলা সমিতি উদ্যোগত আৰু নাজিৰা আঞ্চলিক সমিতিৰ সহযোগত চ্যুকাফা দিৱস ( অসম দিৱস )ৰ শুভক্ষণত ঐতিহাসিক গড়গাঁও কাৰেংঘৰত বন্তি প্ৰজ্বলন কৰা হয় ।