Slug - Seven Thief arrest at mangaldaiসাতজনকৈ গভাইত চোৰক কৰায়ত্ত কৰিলে মঙ্গলদৈ আৰক্ষীয়ে।চোৰ কেইজনৰ পৰা উদ্ধাৰ কৰে বহুকেইবিধ চুৰি সামগ্ৰী ৷আনহাতে মঙ্গলদৈ আৰক্ষীয়ে দুজন ড্ৰাক্ম ব্যৱসায়ী যুবকক চাৰিটা ড্ৰাক্ম কণ্টেনাৰসহ আটক কৰে।ড্ৰাগছ ব্যৱসায়িক কেইজনৰ পৰা এটা মোবাইল আৰু কিছু নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।আতাইকেইজন চোৰ আৰু ড্ৰাগছ ব্যৱসায়ী ক জেল হাজোলৈ প্ৰেৰণ কৰে মঙ্গলদৈ আৰক্ষীয়ে।মঙ্গলদৈ আৰক্ষীৰ উপ-পৰিদৰ্শক কৃষ্ণ কান্ত লছকৰ নেতৃত্বত যোৱা দলটিয়ে চোৰ কেইজনৰ পৰা মটৰ দুটা, চাইকেল দুখন আৰু পুখুৰী পৰা উদ্ধাৰ কৰে দুটা জালাই মেচিন।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দৰং জিলা প্ৰাদেশিকৃত বিদ্যালয় অৱসৰপ্ৰাপ্ত শিক্ষক - কৰ্মচাৰী সংস্থা, দেওমৰনৈ আঞ্চলিকৰ সভা সম্পন্ন
দৰং জিলা প্ৰাদেশিকৃত বিদ্যালয় অৱসৰপ্ৰাপ্ত শিক্ষক - কৰ্মচাৰী সংস্থা,দেওমৰনৈ আঞ্চলিকৰ সভা সম্পন্ন
দ্বিতীয় স্থানেৰে গৌৰৱ কঢ়িয়াই আনিছে টিংখাঙৰ ঋষভে।
ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ঋষভ উপাধ্যায় সফলতা। বিজ্ঞান শাখাত দ্বিতীয় স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ...
ৰঙিয়াত কণ-কণ লৰা-ছোৱালীৰ হৰঘৰ ত্ৰিৰংগা পদ যাত্ৰা
আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে কণ-কণ লৰা-ছোৱালীৰ মাজতো দেখা গৈছে আনন্দৰ উল্লাস। আজি ৰঙিয়াত কণ-কণ...
भीषण गर्मी जारी, आमजन बरतें एहतियात। लू के चलते स्वास्थ्य विभाग ने फिर की अपील, लू-तापघात से बचाव बेहद जरूरी
बाड़मेर,18 मई ।जिले में अत्यधिक गर्मी के चलते चिकित्सा एवं स्वास्थ्य विभाग ने आमजन से फिर से...