নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ ঘাটিত পৰিণত হৈছে সোণাৰি।সোণাৰিত প্ৰতি দিনেই উদ্ধাৰ হৈছে অবৈধ নিষিদ্ধ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য। গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আটক কৰিলে দুজন ড্ৰাগছ সৰবৰাহকাৰী। আটকাধীন লোককেইজনৰ নাম সোণাৰি টিয়ক ৰজাবাৰীৰ বাবু বনিক দাস আৰু বৰুৱাআলিৰ বুটুন সেন। লোক দুজনৰ পৰা চাধা টেমাত উদ্ধাৰ হ'ল ৮.৭ গ্ৰাম ড্ৰাগছ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Wrestlers Protest: जंतर-मंतर पर प्रदर्शन को लेकर Police ने Bajrang, Sakshi-Vinesh के खिलाफ की FIR |
Wrestlers Protest: जंतर-मंतर पर प्रदर्शन को लेकर Police ने Bajrang, Sakshi-Vinesh के खिलाफ की FIR |
গোলাঘাটৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা, তিব্ৰবেগী মটৰ চাইকেলৰ খুণ্ডাত গুৰুতৰ ভাৱে আহত এজন
গোলাঘাটৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী মটৰ চাইকেলৰ খুণ্ডাত গুৰুত্বৰভাৱে আহত এজন ৷...
निर्वाचन आयोग ने पार्टियों के दर्जे को लेकर समीक्षा शुरू की, CPI और NCP का सुना पक्ष
नई दिल्ली, निर्वाचन आयोग ने 2019 के लोकसभा चुनाव में राजनीति दलों के प्रदर्शन के आधार पर...
কাইলৈ ওদালগুৰিৰ ভৈৰৱকুণ্ডলৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা: অসম-অৰুণাচল সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে
কাইলৈ ওদালগুৰিৰ ভৈৰৱকুণ্ডলৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
অসম -অৰুনাচল সংযোগী দলঙৰ...
PayTm Payment Bank: पेटीएम ऐप के सपोर्ट में खड़े हुए नोएडा के कारोबारी, सुनिए क्या कहा? | Noida
PayTm Payment Bank: पेटीएम ऐप के सपोर्ट में खड़े हुए नोएडा के कारोबारी, सुनिए क्या कहा? | Noida