নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ ঘাটিত পৰিণত হৈছে সোণাৰি।সোণাৰিত প্ৰতি দিনেই উদ্ধাৰ হৈছে অবৈধ নিষিদ্ধ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য। গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আটক কৰিলে দুজন ড্ৰাগছ সৰবৰাহকাৰী। আটকাধীন লোককেইজনৰ নাম সোণাৰি টিয়ক ৰজাবাৰীৰ বাবু বনিক দাস আৰু বৰুৱাআলিৰ বুটুন সেন। লোক দুজনৰ পৰা চাধা টেমাত উদ্ধাৰ হ'ল ৮.৭ গ্ৰাম ড্ৰাগছ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ভাৰতীয় সেনাৰ দ্বাৰা শিশুসকলৰ মাজত বিভিন্ন খেলৰে উদযাপন শিশু দিৱস
সোণাৰিত শিশু দিৱস উদযাপন৷ ভাৰতীয় সেনাৰ দ্বাৰা শিশুসকলৰ মাজত বিভিন্ন খেলৰে উদযাপন কৰিলে শিশু...
‘राजस्थान में बीजेपी लगाएगी हैट्रिक’ किरोड़ी लाल मीणा का लोकसभा चुनाव परिणाम से पहले बड़ा दावा
राजस्थान की 25 लोकसभा सीटों का परिणाम मंगलवार को आएगा। इसके साथ ही प्रत्याशियों की किस्मत पर भी...
"देऊळ बंद"चे दिग्दर्शक 'प्रवीण तरडे' यांनी "गुरुमाऊली" दिंडोरी(नाशिक) यांचा आलेला अनुभव सांगितला.
"देऊळ बंद"चे दिग्दर्शक 'प्रवीण तरडे' यांनी "गुरुमाऊली" दिंडोरी(नाशिक) यांचा आलेला अनुभव सांगितला.