ৰজাবাৰী সমষ্টিত জয়লাভ কৰাৰ পাছতেই সমৰ্থকৰ সৈতে মাহমৰাৰ কোৰোকানিত নাচিলে বিজেপিৰ প্ৰাৰ্থী ভৈৰৱ দেউৰীয়ে।৭নং ৰজাবাৰী পৰিষদীয় সমষ্টিত ভৈৰৱ দেউৰীৰ জয়লাভ।দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ আজি ঘোষিত নিৰ্বাচনৰ ফলাফল অনুসৰি ৭ নম্বৰ ৰজাবাৰী পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ভৈৰৱ দেউৰীয়ে জয় লাভ কৰিছে।তেওঁৰ জয় লাভে প্ৰাৰ্থী গৰাকীৰ নিজা গাওঁ কোৰোকানি দেউৰী গাঁৱত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়।উল্লেখ্য যে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৯৭০ টা ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী বৈকুন্ঠ দেউৰীয়ে ৪১৭ আৰু অসম জাতীয় পৰিষদৰ দীপাঞ্জল দেউৰীয়ে ১১৭ টা ভোট লাভ কৰে।আনহাতে ,জয়লাভৰ পাছত দেউৰীয়ে জনসাধাৰণে চৰকাৰৰ কল্যাণকামী কামৰ বাবেই বিজেপিক ভোটদান কৰে বুলি মন্তব্য কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰ নিৰ্বাচনী জিলাত ৪৮ ঘন্টাৰ বাবে ড্ৰাই দে’ ঘোষণা
শিৱসাগৰঃ শিৱসাগৰ নিৰ্বাচনী জিলাত ৪৮ ঘণ্টাৰ বাবে ড্ৰাই দে’ ঘোষণা কৰিছে জিলা প্ৰশাসনে ৷...
जिला कलेक्टर को देवपुरा क्षेत्र की महिलाओं ने आरोपी कनिष्ठ अभियंता के विरुद्ध मुकदमा दर्ज कर गिरफ्तार करने की मांग को लेकर ज्ञापन दिया
देवपुरा क्षेत्र वासिमहिलाओं ने जिला कलेक्टर को ज्ञापन देकर आरोपी कनिष्ठ अभियंता के विरुद्ध भी...
#শিলাদিত্যক পাগল আখ্যা আমছু কেন্দ্ৰীয় সমিতি সাংগঠনিক সম্পাদক ছাইফুল ইছলাম খানৰ#news #views #news
#শিলাদিত্যক পাগল আখ্যা আমছু কেন্দ্ৰীয় সমিতি সাংগঠনিক সম্পাদক ছাইফুল ইছলাম খানৰ#news #views #news
જિલ્લાની ૩૮ શાળાઓને સ્વચ્છ વિધાલય પુરસ્કાર આપવામાં આવ્યા
વિવિધ કેટેગરીમાં ઉત્કૃષ્ટ કાર્ય કરવા બદલ શાળાઓને પુરસ્કાર આપવામાં આવ્યા
...
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks