নলবাৰী চহৰস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীহৰি মন্দিৰত কালিৰে পৰা তেৰ দিনীয়াকৈ ৮৯তম ৰাস মহোৎসৱ আৰম্ভ হৈছে৷সাত নবেম্বৰৰ প্ৰথম কাৰ্য্যসূচী হৰিমন্দিৰৰ পতাকা উত্তোলন কৰে হৰিমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি অশোক শৰ্মাই৷ইয়াৰ পিচতে ৰাস মহোৎসৱৰ পতাকা উত্তোলন কৰে ৰাস উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷সন্ধিয়া নলবাৰী গৰ্ডন খেলপথাৰৰ পৰা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই৷ইয়াৰ পিচতে ৰাসৰ শুভাৰম্ভ কৰে বৰদোৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડભવા ગામે ફોન પર ગાળો આપી જાનથી મારી નાખવાની ધમકીઓ આપતા ફરિયાદ નોંધાઈ
ડભવા ગામે ફોન પર ગાળો આપી જાનથી મારી નાખવાની ધમકીઓ આપતા ફરિયાદ નોંધાઈ
ડીસા નજીક ગાડીમાં દારૂની હેરાફેરી કરનાર 5 શખ્સોને પોલીસે ઝડપ્યા
લોકસભાની ચૂંટણીના માહોલ વચ્ચે રાજસ્થાનથી રાજકોટ દારૂની હેરાફેરી કરતા 5 શખ્સો ઝડપાયા છે. ગાડીમાં...
Suresh Raina retires from Indian domestic cricket, won't play in IPL 2023
Former Indian all-rounder Suresh Raina has retired from the Indian domestic cricket today,...
आजाद भारत के पहले वित्त मंत्री RK shanmukham chetty ने क्यों दे दिया था इस्तीफा? |24 Ka Budget
आजाद भारत के पहले वित्त मंत्री RK shanmukham chetty ने क्यों दे दिया था इस्तीफा? |24 Ka Budget