গড়গাঁও কলেজ , শিমলুগুৰি, শিৱসাগৰ ৰ ইংৰাজী বিভাগৰ ‘ৰুমিনেচনছ’ শীৰ্ষক ছাত্ৰ আলোচনীখনৰ দ্বিতীয় খণ্ড তথা ছপা আকাৰত বিভাগৰ প্ৰথম খন আলোচনী যোৱা ৩ নৱেম্বৰ, ২০২২ তাৰিখে বিভাগীয় প্ৰধান শ্ৰীযুত ৰাজীব গগৈৰ দ্বাৰা উন্মোচিত হয় । ইংৰাজী বিভাগৰ ছাত্র ছাত্ৰীৰ সাহিত্যক তথা বৌদ্ধিক দলিল হিচাবে চিহ্নিত হোৱা আলোচনীখন সম্পাদনা কৰি উলিয়াইছে বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী ক্ৰমে প্ৰস্তুতি ফুকন আৰু সুকন্যা দুৱৰাই । আলোচনীখনৰ সম্পাদনা সমিতিৰ ছাত্ৰ সদস্যৰ ভিতৰত আছে কৌশিক ডেকা (পঞ্চম ষান্মাসিক), সত্যপ্ৰতিম ফুকন (পঞ্চম ষান্মাসিক), টেৰেছা বুঢ়াগোহাঁই (পঞ্চম ষান্মাসিক), ছায়নিকা চেতিয়া (পঞ্চম ষান্মাসিক), দীপান্দিতা বৰপাত্ৰগোহাঁই (তৃতীয় ষান্মাসিক), মাছুমী শইকীয়া (তৃতীয় ), জ্ঞান্যশ্ৰী গগৈ (তৃতীয় ), সুকন্যা কোঁৱৰ (১ম ) & স্নেহা বৰা (১ম )। বেটুপাত অংকন কৰিছে পঞ্চম ষান্মাষিকৰ ছাত্ৰী নয়নমনি বুঢ়াগোহাঁইয়ে। সৃষ্টিশীলতা, সৃজনশীলতাপুষ্ট ছাত্ৰ-ছাত্ৰীসকলৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ এক উৎকৃষ্ট চানেকি হিচাবে পঢ়ুৱৈৰ সমাজত ভুমুকি মৰা আলোচনী 'ৰুমিনেছনছ'ক বিভাগীয় শিক্ষকসকল ক্ৰমে ড: ৰশ্মিৰেখা শইকীয়া, ড: জিতু শইকীয়া,ড: অঞ্জন কোঁৱৰ, ড: শ্যামলীমা শইকীয়া , বিতুপল বৰগোহাঁই, জনাৰ্দন চেতিয়া, প্ৰিয়া দাসৰ ৰ লগতে সভাত উপস্থিত অভিভাৱকবৃন্দই ভূয়সী প্ৰশংসা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Minister Jayanta Mallabaruah meets private ITIs
Skill Entrepreneurship and Employment Department Minister, Jayanta Mallabaruah called on a...
ৰঙিয়াত বৈদ্যগড় গাও পঞ্চায়ত কাৰ্যালয়ৰ আধাৰশিলা স্থাপন স্থানীয় বিধায়ক ভবেশ কলিতাৰ
ৰঙিয়াত বৈদ্যগড় গাও পঞ্চায়ত কাৰ্যালয়ৰ আজি আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক ভবেশ কলিতাই...
ৰহা ডিমৌত বীৰ চিলাৰায় দিৱস ২৪ফেব্ৰুবাৰীত,লাইখুঁটা স্থাপন।
ৰহাৰ ডিমৌ চাৰিআলিত অহা ২৪ফেব্ৰুবাৰীত এদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে মহাবীৰ বীৰ চিলাৰায় দিৱস...
Breaking News: Rajasthan के Ajmer Dargah के पास इमारत गिरी, 4-5 लोग दबे होने की आशंका | Aaj Tak
Breaking News: Rajasthan के Ajmer Dargah के पास इमारत गिरी, 4-5 लोग दबे होने की आशंका | Aaj Tak
Dowry in India : दहेज के कारण शादी नहीं हुई तो Mount Everest पर चढ़कर किया विरोध (BBC Hindi)
Dowry in India : दहेज के कारण शादी नहीं हुई तो Mount Everest पर चढ़कर किया विरोध (BBC Hindi)