গড়গাঁও কলেজ , শিমলুগুৰি, শিৱসাগৰ ৰ ইংৰাজী বিভাগৰ ‘ৰুমিনেচনছ’ শীৰ্ষক ছাত্ৰ আলোচনীখনৰ দ্বিতীয় খণ্ড তথা ছপা আকাৰত বিভাগৰ প্ৰথম খন আলোচনী যোৱা ৩ নৱেম্বৰ, ২০২২ তাৰিখে বিভাগীয় প্ৰধান শ্ৰীযুত ৰাজীব গগৈৰ দ্বাৰা উন্মোচিত হয় । ইংৰাজী বিভাগৰ ছাত্র ছাত্ৰীৰ সাহিত্যক তথা বৌদ্ধিক দলিল হিচাবে চিহ্নিত হোৱা আলোচনীখন সম্পাদনা কৰি উলিয়াইছে বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী ক্ৰমে প্ৰস্তুতি ফুকন আৰু সুকন্যা দুৱৰাই । আলোচনীখনৰ সম্পাদনা সমিতিৰ ছাত্ৰ সদস্যৰ ভিতৰত আছে কৌশিক ডেকা (পঞ্চম ষান্মাসিক), সত্যপ্ৰতিম ফুকন (পঞ্চম ষান্মাসিক), টেৰেছা বুঢ়াগোহাঁই (পঞ্চম ষান্মাসিক), ছায়নিকা চেতিয়া (পঞ্চম ষান্মাসিক), দীপান্দিতা বৰপাত্ৰগোহাঁই (তৃতীয় ষান্মাসিক), মাছুমী শইকীয়া (তৃতীয় ), জ্ঞান্যশ্ৰী গগৈ (তৃতীয় ), সুকন্যা কোঁৱৰ (১ম ) & স্নেহা বৰা (১ম )। বেটুপাত অংকন কৰিছে পঞ্চম ষান্মাষিকৰ ছাত্ৰী নয়নমনি বুঢ়াগোহাঁইয়ে। সৃষ্টিশীলতা, সৃজনশীলতাপুষ্ট ছাত্ৰ-ছাত্ৰীসকলৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ এক উৎকৃষ্ট চানেকি হিচাবে পঢ়ুৱৈৰ সমাজত ভুমুকি মৰা আলোচনী 'ৰুমিনেছনছ'ক বিভাগীয় শিক্ষকসকল ক্ৰমে ড: ৰশ্মিৰেখা শইকীয়া, ড: জিতু শইকীয়া,ড: অঞ্জন কোঁৱৰ, ড: শ্যামলীমা শইকীয়া , বিতুপল বৰগোহাঁই, জনাৰ্দন চেতিয়া, প্ৰিয়া দাসৰ ৰ লগতে সভাত উপস্থিত অভিভাৱকবৃন্দই ভূয়সী প্ৰশংসা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मेड़ता एबीवीपी के नगरमंत्री नवीन बोराना मिले राजस्थान के भाज़पा प्रदेश अध्यक्ष मदन राठौड़ से की मुलाकात,
मेड़ता एबीवीपी के नगरमंत्री नवीन बोराना मिले राजस्थान के भाज़पा प्रदेश अध्यक्ष मदन राठौड़ से की...
અમદાવાદ- આર્ટ ના વખાણ જેટલા કરો ઓછા છે,ભાઈએ દીવાસળી ઉપર #15august લખ્યો અને અન્ય ઘણી વસ્તુઓ બનાવી છે
અમદાવાદ- આર્ટ ના વખાણ જેટલા કરો ઓછા છે,ભાઈએ દીવાસળી ઉપર #15august લખ્યો અને અન્ય ઘણી વસ્તુઓ બનાવી...
NDA या INDIA गठबंधन किसकी बनेगी सरकार? अखिलेश यादव ने कर दिया क्लियर, दिल्ली हुए रवाना; सियासी हलचल तेज
कन्नौज। मतगणना के दूसरे दिन बुधवार को सपा मुखिया अखिलेश यादव कलेक्ट्रेट पहुंचे। यहां पार्टी...
Israel-Palestine War Updates: अस्पताल के बाद Gaza के चर्च में धमाका, महिला समेत 1 बच्ची की मौत
Israel-Palestine War Updates: अस्पताल के बाद Gaza के चर्च में धमाका, महिला समेत 1 बच्ची की मौत
शंकरराव बाजीराव विद्यालयात गुणवंतप्राप्त विद्यार्थ्यांचा सत्कार सोहळा संपन्न
शंकरराव बाजीराव विद्यालयात गुणवंतप्राप्त विद्यार्थ्यांचा सत्कार सोहळा संपन्न