শোণিতপুৰৰ চাৰিদুৱাৰত অৱস্থিত CRPF ৩০ বেটেলিয়ন পৰিদৰ্শন কৰে CRPF ৰ যোৰহাট খণ্ডৰ মহাপৰিদৰ্শক সৰৱজিৎ সিঙে । পৰিদৰ্শনৰ সময়ছোৱাত বেটেলিয়নটোৰ নিয়োগ এলেকা, শোণিতপুৰ বিশ্বনাথ আৰু লখিমপুৰৰ কাৰ্যকৰী আৰু আইন-শৃংখলাৰ পৰিস্থিতিৰ বুজ লয়। উক্ত সময়ছোৱাত বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত খণ্ডটোৰ সকলো বেটেলিয়নৰ নিম্ন চিকিৎসা শ্ৰেণীৰ কৰ্মীসকলৰ বাবে চলি থকা প্ৰি-ইণ্ডাকচন প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি জোৱানসকলক উৎসাহিত কৰে। একেদৰে তেজপুৰত থকা বেটেলিয়নৰ কোম্পানীটোও মহাপৰিদৰ্শক গৰাকীৰ দ্বাৰা পৰিদৰ্শন কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Olympic Games Paris 2024: Google ने बनाया पानी में तैराकी वाला Doodle, Swimming है आज की थीम
आज का डूडल Artistic Swimming के लिए बनाया गया है। इस डूडल में तीन बर्ड्स पानी में तैराकी करते नजर...
বৌদ্ধিক চিন্তাৰ কৰ্ষণেৰে সামৰণি 'লোকমন্থন-২০২২সাৰ্বভৌমত্ব ভাৰতৰ বাবে কেৱল সংবিধান প্ৰদত্ত নহয়। ভাৰত স্বভাৱগত ভাৱেই ইতিহাসৰো পূৰ্বৰ পৰাই এখন সাৰ্বভৌম ৰাষ্ট্ৰ
কেৰালাৰ ৰাজ্যপাল মহম্মদ খানে ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ উদ্ধৃতি দি কয় যে সভ্যমানৱ জীৱনৰ বাবে...
CM Patel, CR Paatil holds meeting in Delhi ahead of BJP's parliamentary board meeting this evening
CM Patel, CR Paatil holds meeting in Delhi ahead of BJP's parliamentary board meeting this evening
fresh water pig fish
Water pig fish
Maine Jo video Dali hai app usko dekh sakte hai yeh pig ke akar ke mooh wali yeh...