অহা ৬ নবেম্বৰৰ পৰা ১১নৱেম্বৰলৈ ৬১ সংখ্যাক বালিসত্ৰ আঞ্চলিক ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে । ৰাস মহোৎসৱৰ সকলো কাৰ্যসূচীত আপোনালোকক  উপস্থিতি তথা সহায়-সহযোগী তা  শ্ৰদ্ধাৰে কামনা কৰিছে উদযাপন সমিতি য়ে ।