আহোম জনগোষ্ঠীৰ আসন সংৰক্ষণক লৈ সৰৱ লাচিত সেনা, অসম সুৰক্ষা বাহিনী ৷ জনগোষ্ঠীৰ বিভিন্ন সমস্যাক আজিপৰ্য্যন্ত চৰকাৰে আওকাণ কৰাৰ অভিযোগ তুলি সংগঠনটোৱে খিলঞ্জীয়াৰ ভিত্তিবৰ্ষ ১৮২৬ চন কৰিব লাগে, নাগৰিকৰ ভিত্তিবৰ্ষ ৫১ হ’ব লাগে বুলি সংগঠনটোৱে দাবী উত্থাপন কৰে ৷ সংগঠনটোৱে বীৰ লাচিত সেনাৰ ৰন্তু পানীফুকন আৰু শৃংখল চলিহাৰ বিৰুদ্ধে ৰেতবোৰ অভিযোগ উত্থাপন কৰে ৷ পুৰণি লাচিন সেনা নামৰ সংগঠনটো পুনৰ নতুন ৰূপত আত্মপ্ৰকাশ কৰি শক্তিশালী কৰিব বুলি উল্লেখ কৰে ৷ গোলাঘাটৰ প্ৰগতি চৰাত এক সংবাদমেলৰ জড়িয়তে সংগঠনটোৱে আগন্তুক দিনত আহোম জনগোষ্ঠীৰ হকে বিভিন্ন কাৰ্যসূচী ল’ব বুলি উল্লেখ কৰে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিধায়ক উৎপল বৰা শ্বহীদ কনকলতা বৰুৱাৰ বাসগৃহত উপস্থিত
স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদি কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দেশে যি হৰ ঘৰ তিৰংগা কায্যসুচি...
ধনশিৰি সংৰক্ষিত বনাঞ্চলৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ
অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙত শুকুৰবাৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হৈছে। ডিফু আৰক্ষীয়ে...
ডেষ্টিনেশ্যন খুমটাই থিম চং মুকলি কৰিলে বিধায়ক মৃণাল শইকীয়াই
ডেষ্টিনেশ্যন খুমটাই থিম চং মুকলি কৰিলে বিধায়ক মৃণাল শইকীয়াই।
১৪ আগষ্টত মেলামৰা ইক' টি ট্যুৰিজিম...
ગણેશ ચતુર્થી 2022: ગણપતિ બાપ્પા શીખવશે રોકાણ અને નફાનો મંત્ર, જ્ઞાનના દેવતાના દરેક અંગમાં છુપાયેલો છે એક ખાસ પાઠ
દેશમાં આજથી એટલે કે 31 ઓગસ્ટથી ગણેશ ચતુર્થીની ઉજવણી શરૂ થઈ ગઈ છે. ભગવાન ગણેશની પૂજાનો આ તહેવાર 10...
शेतकऱ्यांना क्रांती घडवून आणण्याची गरज, कृषिभूषण भाऊसाहेब थोरात
कन्नड : शेतकऱ्याला आपल्या पीकाचा भाव ठरविण्याचा अधिकार नाही . हे कुठले स्वातंत्र्य आहे . जीसको...