যোৱা ২৯ জুলাইত আঙুৰলতাৰ ডেকাৰ নেতৃত্বত এটা প্ৰতিবাদী সমদলত আহোম জাতি মূর্দাবাদ শ্লোগান দি আহোম জাতিক অপমান কৰাত ক্ষুদ্ধ হৈ আছে সমগ্ৰ আহোম জাতিৰ লগতে আহোমৰ দল সংগঠন। কিন্তু ৰহস্য জনক ভাৱে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছতো উক্ত শ্লোগান দিয়া ব্যক্তিজনক আজি লৈকে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱৰাত টাইপাই অসম চৰকাৰক সংবাদ মেলৰ যোগেদি অসম আৰক্ষীৰ ব্যৰ্থতাৰ লগতে আহোম জাতিক বিজেপি চৰকাৰখনে অপমান কৰাৰ এজেণ্ডা লৈছে নিকি প্ৰশ্ন উত্থাপন কৰে ইয়াৰ উপৰিও আহোমৰ বিভিন্ন অনুস্থান মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই অংশগ্ৰহণ কৰি এখন নাটক সৃষ্টি কৰিছে নিকি বুলিও প্ৰশ্ন উত্থাপন কৰে টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে। অতি শীঘ্ৰে আহোম জনগোষ্ঠীক মুৰ্দাবাদ শ্লোগান দিয়া ব্যক্তিজনক আটক নকৰিলে জিলা সদৰে সদৰে বিক্ষোভ, দিছপুৰ ঘেৰাও আৰু বিজেপিৰ মূখ্যকাৰ্যালয় ঘেৰাও কাৰ্যসূচী হাতত লব বুলিও সংবাদ মেলত উত্থাপন কৰে আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হব বুলি জানিব দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
परभणीतील आयकर कार्यालय तात्काळ सुरू करण्याचे आदेश
परभणी(प्रतिनिधी)परभणी येथून हिंगोलीस स्थलांतरीत करण्यात आलेले आयकर कार्यालय पुन्हा परभणी येथे...
कापरेन में वीर तेजाजी मेले में प्रसिद्ध भजन गायक किशनभगत की प्रस्तुतियां देखने उमड़े श्रोता।
कापरेन में वीर तेजाजी मेले में प्रसिद्ध भजन गायक किशनभगत की प्रस्तुतियां देखने उमड़े श्रोता, मेला...
অল আসাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱাগত আদৰণি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন
অল আসাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱাগত আদৰণি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন #
...
पगार बिलातील अपहार प्रकरणी वहाळ प्राथमिक आरोग्य केंद्रातील क्लर्क निलंबित
रत्नागिरी : पगार बिलातील अपहार प्रकरणी वहाळ प्राथमिक आरोग्य केंद्रातील क्लर्कवर निलंबनाची कारवाई...
OnePlus के Foldable स्मार्टफोन की आज है पहली सेल, मिलेगा 11000 रुपये तक का डिस्काउंट, ऐसे उठा सकते हैं फायदा
हाल ही में OnePlus ने अपने सबसे पहले फोल्डेबल स्मार्टफोन OnePlus Open को लॉन्च किया था जिसे फोन...