আহোম জনগোষ্ঠীৰ আসন সংৰক্ষণক লৈ সৰৱ লাচিত সেনা, অসম সুৰক্ষা বাহিনী ৷ জনগোষ্ঠীৰ বিভিন্ন সমস্যাক আজিপৰ্য্যন্ত চৰকাৰে আওকাণ কৰাৰ অভিযোগ তুলি সংগঠনটোৱে খিলঞ্জীয়াৰ ভিত্তিবৰ্ষ ১৮২৬ চন কৰিব লাগে, নাগৰিকৰ ভিত্তিবৰ্ষ ৫১ হ’ব লাগে বুলি সংগঠনটোৱে দাবী উত্থাপন কৰে ৷ সংগঠনটোৱে বীৰ লাচিত সেনাৰ ৰন্তু পানীফুকন আৰু শৃংখল চলিহাৰ বিৰুদ্ধে ৰেতবোৰ অভিযোগ উত্থাপন কৰে ৷ পুৰণি লাচিন সেনা নামৰ সংগঠনটো পুনৰ নতুন ৰূপত আত্মপ্ৰকাশ কৰি শক্তিশালী কৰিব বুলি উল্লেখ কৰে ৷ গোলাঘাটৰ প্ৰগতি চৰাত এক সংবাদমেলৰ জড়িয়তে সংগঠনটোৱে আগন্তুক দিনত আহোম জনগোষ্ঠীৰ হকে বিভিন্ন কাৰ্যসূচী ল’ব বুলি উল্লেখ কৰে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભાવનગર-બાંદ્રા વચ્ચે ચાલતી સાપ્તાહિક ટ્રેનના ફેરા લંબાવાયા
પશ્ચિમ રેલ્વે ભાવનગર ટર્મિનસ અને બાંદ્રા ટર્મિનસ વચ્ચે વિશેષ ભાડા પર સાપ્તાહિક સમર સ્પેશિયલ ટ્રેન...
शिरुर पोलीस ठाण्यात खंडणी प्रकरणी एकावर गुन्हा
डोंगरगण ता. शिरुर येथील एका इसामचा त्याच्या मित्राबरोबर पैशाचा व्यवहार होता मात्र समोरील...
દહેગામ તાલુકામાં ભાજપના છ જેટલા ઉમેદવારો વિધાનસભાની ચૂંટણીની માગણી કરી
#buletinindia #gujarat #gandhinagar
વડોદરા: TEAM LFSA દ્વારા 200 થી વધુ વિદ્યાર્થીઓ સાથે મળી ઉગ્ર થી ઉગ્ર આંદોલન
વડોદરા: TEAM LFSA દ્વારા 200 થી વધુ વિદ્યાર્થીઓ સાથે મળી ઉગ્ર થી ઉગ્ર આંદોલન