অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, অসম চাহ মজদুৰ সংঘৰ প্ৰাক্তন সাধাৰণ সম্পাদক, জ্যেষ্ঠ কংগ্ৰেছ নেতা দিলেশ্বৰ তাঁতীৰ মৃত্যুত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ সাধাৰণ সম্পাদক দেবেন উৰাঙে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। তেখেতৰ মৃত্যুত বৃহত্তৰ আদিবাসী চাহ জনগোষ্ঠী সামাজিক ৰাজনৈতিক সমাজখনৰ অপূৰণীয় ক্ষতি ৷ তেখেতৰ দৰে শিক্ষিত সহজ সৰল বিচক্ষণ ৰাজনৈতিক দ্বিতীয় জন সমাজখনৰ পৰা নোলাব ৷ তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা আছা ই জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कलावंत कोट्यातील एक विधान परिषदेची जागा मिळावी - शेळके
बीड (प्रतिनिधी) राज्य पाल कोट्यातील 12 विधान परिषद सदस्य नियुक्त, कलावंत कोट्यातुन मला एक जागा...
જિલ્લા આરોગ્ય સોસાયટી દ્વારા કાર્યક્રમ યોજાયો
જિલ્લા આરોગ્ય સોસાયટી દ્વારા આયોજિત પંચાયતી રાજ સંસ્થાના પદાધિકારીશ્રીઓની કાર્યશાળામાં હાજરી આપી....
Azadi Ka Amrit Mahotsav prossesion by Sankardev Sishu Bidya Niketan, Uttar Guwahati
Uttar Guwahati Sankardev Sishu Bidya Niketan has organised walkathon theme on the guidelines...