পুনিয়া ইণ্ডিয়ান অইল তেল দিপুয়ে তেল কম দিয়াৰ অভিযোগ ভুক্তভোগীৰ ৷যিটো সময়ত পেট্ৰল ডিজেলৰ দামে সৰ্বসাধাৰণক ত্ৰাহিমধুসূদন সুমৰাইছে তেনে সময়তে মঙলদৈ পুনীয়া স্থিত “ইণ্ডিয়ান অয়ল” তেল ডিপুট গ্ৰাহকক ঠগি কমকৈ তেল দিয়ে ডিপুৰ কৰ্মচাৰীয়ে ৷শনিবাৰে আবেলি এজন যুৱকে বাইকত তেল ভৰাই সন্দেহবসত বাইকৰ পৰা তেলখিনি বটলট উলিযাই দেখিলে যে যিমান পৰিমানৰ তেল ভৰাইছিল সেই পৰিমানৰ তেল নাই ৷শভুক্তভোগী যুৱকজনে ডিপুটিৰ মালিক পক্ষক অৱগত কৰি সমগ্ৰ পৰিবেশটো চচিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে প্ৰচাৰ কৰে ৷এতিয়া কথা হ’ল কিমান দিনৰ পৰা সৰ্বসাধাৰণক ঠগি আছে এই ইণ্ডিয়ান অয়ল ডিপুৰ কৰ্তৃপক্ষই ৷দিপুৰ স্বত্বাধিকাৰী দুলাল হিৰাই এই লৈ কৰ্মচাৰী জনক চেন্ডেল উঠাই মাৰ পিত কৰা দেখা গৈছে। স্বত্বাধিকাৰীৰ মতে কৰ্মচাৰীয়ে এই কাম তেখেতৰ অজ্ঞাতে কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आमदारपुत्र ऋषीराज अशोक पवार यांचे मा. उपमुख्यमंत्री अजित पवार यांच्या व्यासपीठावरील अभ्यासपूर्ण भाषण
आमदारपुत्र ऋषीराज अशोक पवार यांचे मा. उपमुख्यमंत्री अजित पवार यांच्या व्यासपीठावरील अभ्यासपूर्ण भाषण
Jerome Powell Commentary Impact | Ashish Verma के साथ आज के Trading सत्र में जानें क्या है राय
Jerome Powell Commentary Impact | Ashish Verma के साथ आज के Trading सत्र में जानें क्या है राय
ગુજરાત વિધાનસભાની ચૂંટણીઓ પહેલાજ તંત્ર થયું સજ્જ. પત્રકાર પરિષદમાં સવિસ્તાર માહિતી આપતા નિર્વાચન અધિકારી
ગુજરાત વિધાનસભાની ચૂંટણી-2022 માટે ચૂંટણી તંત્ર સંપૂર્ણ સુસજ્જ : શ્રીમતી પી. ભારતી
...
असम-मणिपुर में भारी बारिश से हालात खराब,50 से ज्यादा मौतें हुई
देशभर में इन दिनों झमाझम बारिश हो रही है। बीते कुछ दिनों से कई राज्यों में भारी बारिश होने से...