আন্তঃৰাজ্যিক সীমা বিবাদ সন্দৰ্ভত আজি সোণাৰিত অনুষ্ঠিত দুয়োখন ৰাজ্যৰ যুটীয়া বৈঠকৰ অন্তত মন্ত্ৰী অতুল বৰাই এক সংবাদ মেল সম্বোধন কৰে। উল্লেখ্য যে সোণাৰিত আজি অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ চতুৰ্থ লানি বৈঠক অনুষ্ঠিত হয়। চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুয়োখন ৰাজ্যৰ মন্ত্ৰী তথা প্ৰশাসনিক বিষয়াৰ বৈঠক। বৈঠকত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় অতুল বৰা, বিমল বড়া, সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে অৰুণাচল প্ৰদেশৰ মন্ত্ৰী হনচুম নাংডাম, কাণুবাৰীৰ বিধায়ক গ্ৰেবিয়েল ডি ৱাংচু, পাংপু ৱাংনামৰ লগতে চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ কাণুবাৰী জিলাৰ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৬ আগষ্টত অৰুণাচল প্ৰদেশৰ কাণুবাৰী, ৮ চেপ্তেম্বৰত অসমৰ চৰাইপুঙ আৰু ১১ অক্টোবৰত সোণাৰিত দুয়োখন ৰাজ্যৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદ શહેર નવરંગપુરા રોડ પરથી લાખોની ચીલઝડપ નો ભેદ ઉકેલાયો, ચીલઝડપ કરનાર 2 આરોપી ની ધરપકડ
ક્રાઈમ બ્રાંચની કાર્યવાહી - અમદાવાદના નવરંગપુરામાં 42 લાખની લૂંટ કરનાર આરોપી ઝડપાયા, 31.37 લાખ...
মৰাণত ড° অনিল শইকীয়াৰ দ্বাৰা সম্পাদিত ইলা বৰগোহাঁই ৰচনাৱলী উন্মোচন কৰিলে য়েছে দৰজে ঠংচি য়ে
মৰাণত ড° অনিল শইকীয়াৰ দ্বাৰা সম্পাদিত ইলা বৰগোহাঁই ৰচনাৱলী উন্মোচন কৰিলে য়েছে দৰজে ঠংচি য়ে...
ગુજરાત પોલીસ માટે હર્ષ સંઘવીની મોટીજાહેરાત,પોલીસ કર્મચારીઓ અને પરિવાર માટે 5.50 કારોડ નો ભંડોર.#dgp
ગુજરાત પોલીસ માટે હર્ષ સંઘવીની મોટીજાહેરાત,પોલીસ કર્મચારીઓ અને પરિવાર માટે 5.50 કારોડ નો ભંડોર.#dgp
Botad: Collector Office એ સરદાર પટેલની 150મી જન્મજયંતી નિમિત્તે વૃક્ષારોપણનો કાર્યક્રમ | Botad News
Botad: Collector Office એ સરદાર પટેલની 150મી જન્મજયંતી નિમિત્તે વૃક્ષારોપણનો કાર્યક્રમ | Botad News