আন্তঃৰাজ্যিক সীমা বিবাদ সন্দৰ্ভত আজি সোণাৰিত অনুষ্ঠিত দুয়োখন ৰাজ্যৰ যুটীয়া বৈঠকৰ অন্তত মন্ত্ৰী অতুল বৰাই এক সংবাদ মেল সম্বোধন কৰে। উল্লেখ্য যে সোণাৰিত আজি অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ চতুৰ্থ লানি বৈঠক অনুষ্ঠিত হয়। চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুয়োখন ৰাজ্যৰ মন্ত্ৰী তথা প্ৰশাসনিক বিষয়াৰ বৈঠক। বৈঠকত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় অতুল বৰা, বিমল বড়া, সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে অৰুণাচল প্ৰদেশৰ মন্ত্ৰী হনচুম নাংডাম, কাণুবাৰীৰ বিধায়ক গ্ৰেবিয়েল ডি ৱাংচু, পাংপু ৱাংনামৰ লগতে চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ কাণুবাৰী জিলাৰ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৬ আগষ্টত অৰুণাচল প্ৰদেশৰ কাণুবাৰী, ৮ চেপ্তেম্বৰত অসমৰ চৰাইপুঙ আৰু ১১ অক্টোবৰত সোণাৰিত দুয়োখন ৰাজ্যৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आरपीएफ ने गरबा एक्सप्रेस में 15 बाल मजदूरों को ले जाते 4 ठेकेदारों को पकड़ा
कोटा।
आपेशन आहट के तहत मंडल सुरक्षा आयुक्त ए नवीन कुमार के निर्देशन में गाड़ी संख्या 12938...
মৰাণত মাটি-বাৰি সংক্ৰান্তত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰ-পিট, মৰাণ আৰ ক্ষী ৰ তদন্ত আৰম্ভ
মৰাণত মাটি-বাৰি সংক্ৰান্তত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰ-পিট । দুই পক্ষৰ আৰক্ষী থানাত এজাহাৰ । অভয়পুৰ...
નરોડા અનુપમ પ્રાથમિક શાળા ખાતે રમતોત્સવ
36 માં રાષ્ટ્રીય રમતોત્સવ અંતર્ગત શાળા રમતોત્સવ નવા નરોડા અનુપમ સ્માર્ટ પ્રાથમિક શાળા ખાતે રમત...
ಬೆಂಗಳೂರಿನ "ಸೂರ್ಯ ಕಿರಣ ಪ್ರತಿಷ್ಠಾನ"ವು ಜುಲೈ 2 ರಂದು "ಹೆಲ್ತಿ ಬೇಬಿ ಕಾಂಪಿಟೇಷನ್- 2023" ಕಾರ್ಯಕ್ರಮ ಆಯೋಜಿಸಿದೆ.
ಬೆಂಗಳೂರಿನ "ಸೂರ್ಯ ಕಿರಣ ಪ್ರತಿಷ್ಠಾನ"ವು ಜುಲೈ 2 ರಂದು "ಹೆಲ್ತಿ ಬೇಬಿ ಕಾಂಪಿಟೇಷನ್- 2023" ಕಾರ್ಯಕ್ರಮ...