অহা ৮ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া দেউৰী স্বয়াত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ৰাজনৈতিক দলসমূহে। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মঙ্গলবাৰে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰক্ষেপিত ৰজাবাৰী সমষ্টিৰ প্ৰাৰ্থী ভৈৰৱ দেউৰীৰ হৈ প্ৰচাৰ চলায় ৰাজ্যৰ মন্ত্ৰী যোগেন মহন আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। মাহমৰা সমষ্টিৰ কুৰকানি গাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থী গৰাকীক বিপুল ভোটত জয়ী কৰাবলৈ সকলোকে আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ত্ৰয়োদশ ৰাষ্ট্ৰীয় থাই বক্সিঙ প্ৰতিযোগিতাত গোলাঘাটৰ সৃষ্টি সমৰ কলাকেন্দ্ৰৰ খেলুৱৈৰ সাফল্য:-
সদ্যসমাপ্ত ত্ৰয়োদশ ৰাষ্ট্ৰীয় থাই বক্সিং
ত্ৰয়োদশ ৰাষ্ট্ৰীয় থাই বক্সিঙ প্ৰতিযোগিতাত গোলাঘাটৰ সৃষ্টি সমৰ কলাকেন্দ্ৰৰ খেলুৱৈৰ সাফল্য:-...
વાહન ચોર ને પકડી પાડી 5 વાહનચોરી ના ગુના ઓ પોલીસ એ ડિટેકટ કર્યા
વાહન ચોર ને પકડી પાડી 5 વાહનચોરી ના ગુના ઓ પોલીસ એ ડિટેકટ કર્યા
બોટાદ જિલ્લા કલેક્ટરશ્રી ડો. જીન્સી રોયના અધ્યક્ષસ્થાને ડિસ્ટ્રીક્ટ રોડ સેફ્ટી કમિટીની બેઠક યોજાઇ
બોટાદ જિલ્લા કલેક્ટરશ્રી ડો.જીન્સી રોયના અધ્યક્ષસ્થાને ડિસ્ટ્રીક્ટ રોડ સેફ્ટી કાઉન્સીલની બેઠક...
ಬೆಂಗಳೂರಿನ ಲಿಡ್ ಕರ್ ಭವನದಲ್ಲಿ ಆರ್.ಪಿ.ಐ(B) ಮತ್ತು ದ.ಸಂ.ಸ "ರಾಜ್ಯ ಮಟ್ಟದ ದುಂಡು ಮೇಜಿನ ಕಾರ್ಯಕಾರಿಣಿ ಸಭೆ" ನಡೆಯಿತು.
ಅಕ್ಟೋಬರ್ 28, 2024
ಬೆಂಗಳೂರಿನ ಲಿಡ್ ಕರ್ ಭವನದಲ್ಲಿ ಆರ್.ಪಿ.ಐ(B) ಮತ್ತು ದ.ಸಂ.ಸ "ರಾಜ್ಯ ಮಟ್ಟದ...
PM Modi visits Ashapura mata temple and interacts with public in Kutch
PM Modi visits Ashapura mata temple and interacts with public in Kutch