আজি ঘোষিত APSC পৰীক্ষাৰ ফলাফলত উজ্বলিল অভয়াপুৰীৰ অন্তৰংগ তালুকদাৰ ৷ তেওঁ BDO ৰ তালিকাত তৃতীয় স্থান লাভ কৰে ৷