ভাৰতীয় জাতীয় কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি মল্লিকাৰ্জুন খৰ্গেই সভাপতিৰ দায়িত্ব পোৱাৰ পিচত বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মংগলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য আগ বঢ়াইছে৷বূধবাৰে সাংসদ গৰাকীয়ে বাহাৰঘাটত সাংবাদিকৰ আগত উক্ত মন্তব্য আগবঢ়াই৷তেওঁ কয় কংগ্ৰেছ এতিয়া ডুৱন্ত নাও৷অকল ডুবাই নহয় নাওখনত বহুতো ফুটা হৈছে৷সেইফুটা বাতি সংগঠন কৰাটো দলটোৰ বাবে অসম্ভৱ৷মুঠৰ ওপৰত আগন্তুক বিশ পচিশ বছৰলৈ কংগ্ৰেছ দল শাসনত অহাটো অসম্ভৱ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पोस्ट ऑफिसची ही स्कीम तुमचे पैसे करेल डबल, कुठे आणि कशी कराल गुंतवणूक?
पोस्ट ऑफिसची ही स्कीम तुमचे पैसे करेल डबल, कुठे आणि कशी कराल गुंतवणूक?