নিশা গোলাঘাটত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। এইবাৰ পেচাদাৰী চোৰৰ হাতত গুৰুলাগুৰুলকৈ প্ৰহৃত হয় এজন আৰক্ষীৰ জোৱান। গোলাঘাট সদৰ থানাত কৰ্মৰত এজন গৃহৰক্ষী জোৱানক ৰডেৰে মৰিয়াই,কামুৰি গুৰুতৰভাৱে আহত কৰে এটা চোৰে। গোলাঘাট নগৰৰ বেঙেনাখোৱাত চোৰৰ আকস্মিক আক্ৰমণৰ বলি হোৱা গোলাঘাট সদৰ থানাত কৰ্তব্যৰত গৃহৰাক্ষি জোৱানৰ নাম বিমান লিগিৰা। বুধবাৰে নিশা বেঙেনাখোৱাৰ চাচা হোটেলত নিশাৰ আহাৰ গ্ৰহন কৰি থকা অৱস্থাত গোলাঘাট সদৰ থানাত কৰ্তব্যৰত বিমান লিগীৰা নামৰ গৃহৰক্ষী জোৱানজনৰ ওপৰত হথাত আক্ৰমন কৰে ৰিবুল বৰা নামৰ এজন লোকে। পেচাগত চোৰ ৰিবুল বৰাই লোহাৰ ৰডেৰে প্ৰহাৰ কৰাৰ উপৰিও কামুৰি গুৰুতৰ ভাবে আহত কৰে বিমান লিগিৰাক। উক্ত ঘটনা সন্দৰ্ভত আঘাতপ্ৰাপ্ত গৃহৰক্ষী জোৱান জনে জানিবলৈ দিয়ে যে আক্ৰমণকাৰীটোৱে কিছুদিন পূৰ্বে বেঙেনাখোৱা অঞ্চলত চুৰি কাৰ্য সংঘটিত কৰাৰ সময়ত ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষীৰ দল। আৰক্ষীৰ দলটোৰ সৈতে সেইসময়ত গৃহৰক্ষী জোৱান বিমান লিগিৰায়েও চোৰটোক কৰায়ত্ত কৰিবলৈ খেদি গৈছিল যদিও কথমপি পলাই যাবলৈ সক্ষম হৈছিল ৰিবুল বৰা নামৰ চোৰটো। সেই ঘটনাৰ পাছতেই চোৰটোৱে শত্ৰুজ্ঞান কৰি আক্ৰমণৰ লক্ষ্য কৰি লয় গৃহৰক্ষী জোৱান বিমান লিগিৰাক। আৰু অৱশেষত বুধবাৰে নিশা এনেদৰে চেগ বুজি গৃহৰক্ষী জোৱানজনক আক্ৰমণ কৰে ৰিবুল বৰা নামৰ চোৰটোৱে। ঘটনাৰ পাছতেই ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত গৃহৰক্ষী জোৱানজনক
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पार्थ पवार वर्षा बंगल्यावर गणपतीच्या दर्शनाला; राजकीय चर्चांना उधाण
पार्थ पवार वर्षा बंगल्यावर गणपतीच्या दर्शनाला; राजकीय चर्चांना उधाण
हेरिटेज निगम में हो रही सरकार के आदेश की अवहेलना:फायर शाखा उपायुक्त के पद पर CFO की नियुक्ति, मेयर बोली- 24 घंटे में होगा बदलाव
जयपुर नगर निगम हेरिटेज द्वारा सरकार के आदेश की अवहेलना की जा रही है। 5 नवंबर को स्वायत्त शासन...
भजनलाल सरकार की बढ़ गई टेंशन,अधर में रह गया ये प्रोजेक्ट !
पार्वती-कालीसिंध-चंबल ईस्टर्न राजस्थान कैनाल प्रोजेक्ट (पीकेसी-ईआरसीपी) में देरी होने से राजस्थान...
Every year on the day of Ganesh Chaturthi, Gujarat Institute of Pottery Arts and Rural Technology GMKRTI
On Ganesh Chaturthi every year, Gujarat Matikaam Kalakari and Rural Technology Institute GMKRTI...