নিশা গোলাঘাটত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। এইবাৰ পেচাদাৰী চোৰৰ হাতত গুৰুলাগুৰুলকৈ প্ৰহৃত হয় এজন আৰক্ষীৰ জোৱান। গোলাঘাট সদৰ থানাত কৰ্মৰত এজন গৃহৰক্ষী জোৱানক ৰডেৰে মৰিয়াই,কামুৰি গুৰুতৰভাৱে আহত কৰে এটা চোৰে। গোলাঘাট নগৰৰ বেঙেনাখোৱাত চোৰৰ আকস্মিক আক্ৰমণৰ বলি হোৱা গোলাঘাট সদৰ থানাত কৰ্তব্যৰত গৃহৰাক্ষি জোৱানৰ নাম বিমান লিগিৰা। বুধবাৰে নিশা বেঙেনাখোৱাৰ চাচা হোটেলত নিশাৰ আহাৰ গ্ৰহন কৰি থকা অৱস্থাত গোলাঘাট সদৰ থানাত কৰ্তব্যৰত বিমান লিগীৰা নামৰ গৃহৰক্ষী জোৱানজনৰ ওপৰত হথাত আক্ৰমন কৰে ৰিবুল বৰা নামৰ এজন লোকে। পেচাগত চোৰ ৰিবুল বৰাই লোহাৰ ৰডেৰে প্ৰহাৰ কৰাৰ উপৰিও কামুৰি গুৰুতৰ ভাবে আহত কৰে বিমান লিগিৰাক। উক্ত ঘটনা সন্দৰ্ভত আঘাতপ্ৰাপ্ত গৃহৰক্ষী জোৱান জনে জানিবলৈ দিয়ে যে আক্ৰমণকাৰীটোৱে কিছুদিন পূৰ্বে বেঙেনাখোৱা অঞ্চলত চুৰি কাৰ্য সংঘটিত কৰাৰ সময়ত ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষীৰ দল। আৰক্ষীৰ দলটোৰ সৈতে সেইসময়ত গৃহৰক্ষী জোৱান বিমান লিগিৰায়েও চোৰটোক কৰায়ত্ত কৰিবলৈ খেদি গৈছিল যদিও কথমপি পলাই যাবলৈ সক্ষম হৈছিল ৰিবুল বৰা নামৰ চোৰটো। সেই ঘটনাৰ পাছতেই চোৰটোৱে শত্ৰুজ্ঞান কৰি আক্ৰমণৰ লক্ষ্য কৰি লয় গৃহৰক্ষী জোৱান বিমান লিগিৰাক। আৰু অৱশেষত বুধবাৰে নিশা এনেদৰে চেগ বুজি গৃহৰক্ষী জোৱানজনক আক্ৰমণ কৰে ৰিবুল বৰা নামৰ চোৰটোৱে। ঘটনাৰ পাছতেই ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত গৃহৰক্ষী জোৱানজনক
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Samsung Galaxy S24 Ultra vs iPhone 15 Pro Max: कैमरा, प्रोसेसर और बैटरी के मामले में कौन बेहतर, पढ़िए डिटेल
Samsung ने केलिफॉर्नियां में आयोजित हुए Galaxy Unpacked 2024 के दौरान मचअवेटेड S24 सीरीज को...
মা কামাখ্যা মন্দিৰত উপস্থিত অভিনেত্ৰী দেৱলিনা ভট্টাচাৰ্য।
অম্বুবাচীৰ প্ৰাকক্ষণত মা কামাখ্যা মন্দিৰত উপস্থিত অভিনেত্ৰী দেৱলিনা ভট্টাচাৰ্য।
...
TCS के सीईओ Rajesh Gopinathan की सैलरी में 13 फीसद का उछाल, जानिए एक साल में कितना कमाते हैं
नई दिल्ली, बिजनेस डेस्क। भारत की सबसे बड़ी टेक कंपनी टाटा कंसल्टेंसी सर्विसेज (TCS) ने वित्त...