দিহিঙ্গীয়া গাঁৱৰ ধাননি পথাৰত তিনিচুকীয়া কৃষি বিভাগৰ উদ্যোগত দিহিঙ্গীয়া বাসীয়ে আয়োজন কৰা কাতি বিহুত শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে আকাশবন্তী জ্বলাই পালন কৰে কাতি বিহু ৷