দৰংৰ লোক সংস্কৃতিৰ এক অন্যতম সমল হৈছে মথনী বা মথেনী উৎসৱ।আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত অৰ্থাৎ কাতি বিহুৰ দিনা পৰম্পৰাগত ভাৱে এই উৎসৱ পালন কৰা হয় । দৰং ৰ ঔতলাৰ দুৰ্গাগাঁওত প্ৰতিবছৰে পালন কৰি অহা সাৰ্বজনীন মথেনী উৎসৱ এইবেলি বিস্তাৰিত ৰূপত আজিৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব। দুৰ্গাগাওঁ মথেনী খোলা প্ৰাঙ্গনত মেলা অনুষ্ঠিত হোৱাৰ লগতে প্ৰথম দিনৰ কাৰ্য সূচীত স্হানীয় নাগাৰা নামৰ উদীয়মান শিল্পী পাঠক জগন্নাথ নাথৰ নাগাৰা নাম প্ৰদৰ্শন হ'ব আনহাতে দ্বিতীয় দিনৰ বিশেষ আকৰ্ষণ হৈছে সন্ধিয়া ৬বজাৰ পৰা অসমৰ জনপ্ৰিয় নাগাৰা নামৰ শিল্পী দৰংৰ ছিপাঝাৰৰ পাঠক সুভাষ নাথৰ নাম প্ৰদৰ্শন ।উদ্যেক্তা সমিতিয়ে জানিবলৈ দিয়া অনুসৰি ইতিমধ্যে উৎসৱৰ যাবতীয় প্ৰস্ততি সম্পূৰ্ণ হৈছে লগতে সকলো সংস্কৃতিবান আৰু ভক্তপ্ৰাণ ৰাইজৰ উপস্হিতি কামনা কৰিছে। উল্লেখযোগ্য যে দৰংৰ হাজৰিকাপাৰাৰ ঐতিহ্য মণ্ডিত দেবানন্দ সত্ৰত এইবেলিও জাকজমকতাৰে প্ৰতিকী ৰূপত দধি মন্হন আৰু দেৱাসুৰৰ সমুদ্ৰ মন্থনৰ পৰম্পৰাগত কাৰ্যসূচীৰে মথেনী উৎসৱ স্হানীয় ৰাইজে পালন কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરત શહેર માં વાજતે ગાજતે ગણેશજી નું આગમન..BTS news Surat Gujarat...
સુરત શહેર માં વાજતે ગાજતે ગણેશજી નું આગમન..BTS news Surat Gujarat...
Bihar Politics: 'राजद MY के साथ BAAP की पार्टी': Tejashwi Yadav | Nitish Kumar | Election 2024 | BJP
Bihar Politics: 'राजद MY के साथ BAAP की पार्टी': Tejashwi Yadav | Nitish Kumar | Election 2024 | BJP
પાવીજેતપુર તાલુકાના ખારીવાવ ગામે કુવામાં પડેલા દીપડાને રેસ્ક્યુ કરી બહાર કઢાયો
પાવીજેતપુર તાલુકાના ખારીવાવ ગામે કુવામાં પડેલા દીપડાને રેસ્ક્યુ કરી બહાર કઢાયો
...
અસહ્ય ગરમી અને ઉકળાટ બાદ ફતેપુરા નગરમાં ધોધમાર વરસાદ, બલૈયારોડ વિસ્તાર બેટમાં ફેરવાયો. વાતાવરણમાં ઠંડક પ્રસરી.
આજે તારીખ ૧૦/૦૯/૨૦૨૨ ના ફતેપુરા નગરમાં આખા દિવસના ઉકળાટ અને બફારા બાદ અચાનક વીજળીના કડાકા અને...