হোজাইত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। হোজাই আৰক্ষীয়ে বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ সহ দুজনক গ্ৰেপ্তাৰ আৰু এখন এক্টিভাৰ গাড়ী জব্ধ কৰে। হোজাই নন্দপুৰ পৰা গ্ৰেপ্তাৰ দুজন। গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ মাফিয়া দুজন ক্ৰমে নিৰাজ দে আৰু কৃষ্ণ চাহু। গ্ৰেপ্তাৰ হোৱা যুৱক দুজনৰ পৰা চাবোনৰ বাকচৰ পৰা ২৯ গ্ৰামৰ ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা ব্ৰাউন চুগাৰ মূল্য প্ৰায় ২ লাখ। এই ব্ৰাউন চুগাৰ খিনি ডিমাপুৰৰ পৰা অনা সন্দেহ হয়। তদন্ত অব্যাহত ৰাখিছে হোজাই আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিক্ষাগত প্ৰমাণপত্ৰ ঘুৰাই দিবলৈ দক্ষতা বিকাশ নিয়োগ উদ্যোমিতা কাৰ্যালয়ত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ
শিক্ষাগত প্ৰমাণপত্ৰ ঘুৰাই দিবলৈ দক্ষতা বিকাশ নিয়োগ উদ্যোমিতা কাৰ্যালয়ত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ
Delhi’s AAP govt readies scheme to launch premium city buses, seeks LG’s sign-off
Arvind Kejriwal said the Delhi Premium Bus Aggregator Scheme envisions a first-of-its-kind bus...
लोकसभा ने 30 मिनट में पारित किए 3 विधेयक, केंद्रीय मंत्री बोले- यह विधेयक खनन क्षेत्र में लाएगा जबरदस्त बदलाव
नई दिल्ली, लोकसभा में शुक्रवार को शोर-शराबे के बीच केवल 30 मिनट में तीन विधेयक पारित हो गए।...
अडानी एसीसी कॉलोनी में जगह जगह लगे गंदगी के ढेर, उद्योग प्रबंधक बेखबर
लाखेरी - अडानी एसीसी सीमेंट उद्योग की शहर के गोबाड़ा वार्ड नंबर 21 के समीप स्थित एसीसी कॉलोनी में...
દેવગઢ બારીયા ખાતે આમ આદમી પાર્ટીની મીટીંગ યોજાઇ હતી
દેવગઢ બારીયા ખાતે આમ આદમી પાર્ટીની મીટીંગ યોજાઇ હતી