হোজাইত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। হোজাই আৰক্ষীয়ে বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ সহ দুজনক গ্ৰেপ্তাৰ আৰু এখন এক্টিভাৰ গাড়ী জব্ধ কৰে। হোজাই নন্দপুৰ পৰা গ্ৰেপ্তাৰ দুজন। গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ মাফিয়া দুজন ক্ৰমে নিৰাজ দে আৰু কৃষ্ণ চাহু। গ্ৰেপ্তাৰ হোৱা যুৱক দুজনৰ পৰা চাবোনৰ বাকচৰ পৰা ২৯ গ্ৰামৰ ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা ব্ৰাউন চুগাৰ মূল্য প্ৰায় ২ লাখ। এই ব্ৰাউন চুগাৰ খিনি ডিমাপুৰৰ পৰা অনা সন্দেহ হয়। তদন্ত অব্যাহত ৰাখিছে হোজাই আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Microsoft Bing और Edge ब्राउजर में मिला 100 से अधिक लैंग्वेज का सपोर्ट, इन खास फीचर्स को भी किया गया है पेश
Microsoft Bing New Features माइक्रोसॉफ्ट अपने यूजर्स Edge ब्राउजर और Bing search इंजन में कई नए...
Microsoft ने सॉफ्टवेयर से जुडे़ आउटेज को लेकर जारी किया नया अपडेट, रिस्टोर हुई सर्विस
Microsoft Services Outage माइक्रोसॉफ्ट ने अपने यूजर्स के लिए एक नया अपडेट शेयर किया है। नया अपडेट...
BODELI : ઓરસંગ પુલ પર સજાયો ત્રીપલ અકસ્માત, બસ અને ટ્રક વચ્ચે ફસાયેલા વ્યક્તિને રેસ્ક્યુ કર્યો
BODELI : ઓરસંગ પુલ પર સજાયો ત્રીપલ અકસ્માત, બસ અને ટ્રક વચ્ચે ફસાયેલા વ્યક્તિને રેસ્ક્યુ કર્યો
শিহৰণকাৰী দুৰ্ঘটনা; দ’ খাৱৈত বাগৰি পৰাত বাছত থকা ৫ গৰাকীৰ মৃত্যু, ২৫ গৰাকী আহত
বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই এখন বাছ...
'पत्रकारिता आतंकवाद नहीं' NewsClick केस CJI Chandrachud के पास पहुंचा, Supreme Court में क्या होगा?
'पत्रकारिता आतंकवाद नहीं' NewsClick केस CJI Chandrachud के पास पहुंचा, Supreme Court में क्या होगा?