অভাৱনীয় ভাৱে কেঁচা চাহপাতৰ মূল্য হুাস পোৱাত ক্ষুদ্ৰ চাহ খেতিয়ক সকল ক্ষোভিত হৈছে।বৰ্ত্তমান কেঁচা চাহপাতৰ মূল্য ১২টকালৈক হ্ৰাস পাইছে।এনে হোৱাত ক্ষুদ্ৰ চাহ খেতিয়ক সকল যথেষ্ট পৰিমাণে লোকচানৰ সন্মুখীন হ'ব লগা হৈছে। সেয়ে ক্ষুদ্ৰ চাহখেতিয়ক সন্থাৰ তৰফৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।মৰাণ হাটত কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদানৰ ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ সহকাৰী সম্পাদক ব্ৰজেন কোঁৱৰে।
দূৰ্গা পূজাৰ পাছতে কেঁচাচাহপাতৰ মূল্য অধিক হ্ৰাস হোৱাত মৰাণ হাটত ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/10/nerity_8b01f240f75403bdb255b0936f878f93.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)