কোকৰাঝাৰৰ তুলসীবিলত পথ দুৰ্ঘটনাত নিহত হয় এজন সেনা জোৱানৰ। নিহত সেনা জোৱানৰ ঘৰ তামাৰহাটৰ উজান পেটলা গাঁৱত। ভাৰতীয় সেনা বাহিনীৰ কৰ্মৰত জোৱান অশোক ৰায়(২২) দুৰ্গা পূজা উপলক্ষে ছুটি লৈ নিজ ঘৰত আহে। বুধবাৰ সন্দিয়া এক পথ দুৰ্ঘটনাত নিহত হয় সেনা জোৱান গৰাকী। ব্যক্তিগত কামৰ বাবে বাইকেৰে কোকৰাঝাৰ চহৰলৈ গৈছিল জোৱান জন। কাম শেষ কৰি ঘৰ অভিমুখে আহি থকা অৱস্থাত পথ দুৰ্ঘটনা সংঘটিত হয়। আজি নশ্বৰ দেহ স্বগৃহ লৈ অনা হব। ঘৰৰ খনত এক শোকাকূল পৰিবেশে বিৰাজ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વિસનગર : બળાત્કારના ગુનામાં 5 વર્ષથી ફરાર આરોપીને LCBએ ઝડપી લીધો
માણસાના ગલથરા ગામમાં રહેતા યુવક દ્વારા પાંચ વર્ષ પહેલા એક યુવતી સાથે પ્રેમ સબંધી બાધી તેની ઉપર...
PM Modi के पत्र के साथ विकसित भारत के WhatsApp Message पर चुनाव आयोग ने क्यों रोक लगा दी?
PM Modi के पत्र के साथ विकसित भारत के WhatsApp Message पर चुनाव आयोग ने क्यों रोक लगा दी?
आइसक्रीम के अंदर सांप ! इंटरनेट पर तस्वीर ने मचाई सनसनी
सोशल मीडिया पर अक्सर खाने की चीज़ों में कटी हुई इंसानी उंगली मिलना... चॉकलेट सिरप में मरा हुआ...