কোকৰাঝাৰৰ তুলসীবিলত পথ দুৰ্ঘটনাত নিহত হয় এজন সেনা জোৱানৰ। নিহত সেনা জোৱানৰ ঘৰ তামাৰহাটৰ উজান পেটলা গাঁৱত। ভাৰতীয় সেনা বাহিনীৰ কৰ্মৰত জোৱান অশোক ৰায়(২২) দুৰ্গা পূজা উপলক্ষে ছুটি লৈ নিজ ঘৰত আহে। বুধবাৰ সন্দিয়া এক পথ দুৰ্ঘটনাত নিহত হয় সেনা জোৱান গৰাকী। ব্যক্তিগত কামৰ বাবে বাইকেৰে কোকৰাঝাৰ চহৰলৈ গৈছিল জোৱান জন। কাম শেষ কৰি ঘৰ অভিমুখে আহি থকা অৱস্থাত পথ দুৰ্ঘটনা সংঘটিত হয়। আজি নশ্বৰ দেহ স্বগৃহ লৈ অনা হব। ঘৰৰ খনত এক শোকাকূল পৰিবেশে বিৰাজ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহাত কোচ ৰাজবংশী সন্মিলনীৰ বিশেষ অভিনন্দন অনুষ্ঠান।ৰহা কটহগুৰিত স্থাপিত হব তিবা বীৰ ৰজা জোঙালবলহু আৰু মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি:-সোৰোজ কোঁৱৰ
আজি ৰহাৰ কটহগুৰিত কোচ ৰাজবংশী সন্মিলনীৰ বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।
...
शिवाजीनगर हद्दीतील भिशी प्रकरणाचा तपास गुन्हे शाखेकडे वर्ग@india report
शिवाजीनगर हद्दीतील भिशी प्रकरणाचा तपास गुन्हे शाखेकडे वर्ग@india report
જવાલાદેવીના દર્શન પછી માલગઢમાં જાગરણ કરાઇ
ડીસા તાલુકાના માલગઢ ગામની જોધપુરીયા ઢાણીમાં બનાસ નદી કિનારે વિદ્યમાન ભૈરવ દાદાના સ્થાનકે ચૈત્ર...
પરિણીતાએ પતિના શારીરિક અને માનસિક ત્રાસથી કંટાળી ફાંસો ખાઈ આત્મહત્યા કરી
સુરેન્દ્રનગર જિલ્લાના થાન ખાતે રહેતી પરિણીતાએ પોતાના ઘરે પતિના શારીરિક અને માનસિક ત્રાસથી કંટાળી...