ভাৰত ভূটান সীমান্তৰ পৰা বৈ অহা শুক্লাই নদীৰ উফন্দি উঠা বাঢ়নি পানীয়ে জিলাখনৰ ভেৰগাঁও মহকুমাৰ শুক্লাই নদীৰ মাথাউৰি চিঙাৰ ফলত খাগ্ৰাবাৰী, নলবাৰী অঞ্চলৰ কেইবাখনো গাঁৱৰ চাৰি শতাধিক পৰিয়ালৰ ঘৰ-বাৰী জলমগ্ন হৈ ৰাইজৰ অৱস্থা শোচনীয় হৈ আশ্ৰয় শিৱিৰত থাকিবলগীয়া হোৱাৰ খৱৰ পাই আজি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো খাগ্ৰাবাৰীত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয়৷ পৰহি নিশা ওদালগুৰি জিলাৰ শিংৰীবাৰীত শুক্লাই নদীৰ বাঢ়নি পানীয়ে চিঙা মথাউৰিটো আজি প্ৰমোদ বড়োৱে পৰিদৰ্শন কৰি বিভাগীয় বিষয়া আৰু জিলা প্ৰশাসনৰ প্ৰতিনিধিক অতি শীঘ্ৰে চি্ঙা মথাউৰি মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে৷ আনহাতে তেওঁ খাগ্ৰাবাৰী জনতা মধ্য ইংৰাজী বিদ্যালয়ৰ আশ্ৰয় শিৱিৰত আশ্ৰয় গ্ৰহণ কৰি থকা চাৰি শতাধিক বানাক্ৰান্ত ৰাইজৰ সৈতে মতবিনিময় কৰি খাদ্য-সামগ্ৰীকে ধৰি সাহায্য প্ৰদানৰ বুজ লৈ বানাক্ৰান্তৰ জীৱিকা নিৰ্বাহ কৰাৰ বাবে বিটিআৰ চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Prime Minister Narendra Modi is participating in a Havan & Puja at the new ITPO complex in New Delhi
Prime Minister Narendra Modi is participating in a Havan & Puja at the new ITPO complex in...
গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বানাক্ৰান্ত ৰাইজক সাহাৰ্য্য বিতৰণ
গুৱাহাটী, ৭ জুলাই : অসমৰ বিভিন্ন প্ৰান্তৰ শিশু আৰু মহিলা সকলৰ হৈ কাম কৰি অহা অগ্ৰণী অনুষ্ঠান...
રાજુલા પોલીસ સ્ટેશન ખાતે પી.આઇ. એ.એમ.દેસાઈ સાહેબ ના અધ્યક્ષ સ્થાને શાંતિ સમિતિની મિટિંગ યોજાઇ
રાજુલા પોલીસ સ્ટેશન ખાતે આવનાર ઇદ એ મિલાદના તહેવારને લઈને શાંતિ સમિતિની બેઠક યોજાઈ હતી. જેમાં...
Maharashtra Rains: Mumbai में भारी बारिश से बंद हुआ अंधेरी सबवे, घरों में घुसा बारिश का पानी
Maharashtra Rains: Mumbai में भारी बारिश से बंद हुआ अंधेरी सबवे, घरों में घुसा बारिश का पानी