সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে আজি নলবাৰী জিলা ছাত্ৰ সন্থাই নলবাৰী চহৰত এটি প্ৰতিবাদী সমদল উলিৱাত সমদলকাৰী সকলক আৰক্ষীয়ে বাধা প্ৰদান কৰাত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়৷উল্লেখ্য যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু চৰকাৰে সম্পত্তিৰ ওপৰত লগোৱা অতিৰিক্ত কৰৰ বিৰুদ্ধে আছুই সমগ্ৰ ৰাজ্যতে বিক্ষোভ কাৰ্য্যসূচী ৰূপায়িত কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસાના રામપુરા ગામે ગ્રામ પંચાયત દ્વારા દબાણો દૂર કરાતા દબાણદારોમાં ફફડાટ
ડીસાના રામપુરા ગામે ગ્રામ પંચાયત દ્વારા દબાણો દૂર કરાતા દબાણદારોમાં ફફડાટ
हार्दिक पांड्या और नताशा स्टेनकोविक के तलाक की असली वजह आई सामने
लंबे समय से भारतीय टीम के स्टार ऑलराउंडर हार्दिक पांड्या और उनकी पत्नी नताशा स्टेनकोविक के...
Sai seva Hasth honoring our Life saving Doctors day
Sai seva Hasth honoring our Life saving Doctors day
हमेशां स्वस्थ रहने का फार्मूला, How to Satay Always Fit & Healthy || Sanyasi Ayurveda ||
हमेशां स्वस्थ रहने का फार्मूला, How to Satay Always Fit & Healthy || Sanyasi Ayurveda ||
নৃশংস হত্যাকাণ্ড! পাষণ্ড পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল মাতৃৰ
ডিমৌত এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে | ডিমৌত পুত্ৰই শিৰচ্ছেদ কৰিলে মাতৃক।
পুত্ৰ কাৰ্তিক...