সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি ৰাজ্যৰ অন্যন্যা প্ৰান্তৰ লগতে নলবাৰীটো সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু অসম চৰকাৰে সম্পত্তিৰ ওপৰত জাপি দিয়া অতিৰিক্ত কৰৰ বোজাৰ বিৰুদ্ধে বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে৷মুখ্যমন্ত্ৰী হায় হায়,যোগান বিভাগ হুছিয়াৰ আদি শ্লোগানৰে নলবাৰী চহৰত প্ৰতিবাদী সমদল উলিয়াই চৰকাৰ বিৰুধি শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে৷