সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি ৰাজ্যৰ অন্যন্যা প্ৰান্তৰ লগতে নলবাৰীটো সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু অসম চৰকাৰে সম্পত্তিৰ ওপৰত জাপি দিয়া অতিৰিক্ত কৰৰ বোজাৰ বিৰুদ্ধে বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে৷মুখ্যমন্ত্ৰী হায় হায়,যোগান বিভাগ হুছিয়াৰ আদি শ্লোগানৰে নলবাৰী চহৰত প্ৰতিবাদী সমদল উলিয়াই চৰকাৰ বিৰুধি শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बाजार बैठकी ठेकेदार के मनमानी वसूली से गरीब सब्जी विक्रेता परेशान,सीएमओ को सौपा ज्ञापन
अजयगढ:-अजयगढ में नवीन बाजार बैठकी के ठेकेदार की मनमानी वसूली को लेकर परेशान छोटे छोटे सब्जी...
ડીસા તાલુકા સંઘની ચૂંટણી યોજવા નામદાર હાઇકોર્ટના આદેશ બાદ વહીવટી સમિતિ દ્વારા આવેદનપત્ર આપી રજુઆત
ડીસા તાલુકા સંઘની ચૂંટણી યોજવા નામદાર હાઇકોર્ટના આદેશ બાદ વહીવટી સમિતિ દ્વારા આવેદનપત્ર આપી રજુઆત
सेवारत चिकित्सकों ने काली पट्टी बांधकर किया विरोध प्रदर्शन ... पश्चिम बंगाल में महिला रेजिडेंट चिकित्सक की निर्मम हत्या में दोषियों को फांसी की मांग को लेकर किया प्रदर्शन
सुल्तानपुर. नगर समेत जिले में सेवारत चिकित्सकों ने मंगलवार को पश्चिम बंगाल में महिला रेजिडेंट...
সোণাৰিত মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ চেক বিতৰণ
সোণাৰিত মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ চেক বিতৰণ
বিভিন্ন ৰোগত আক্ৰান্ত সোণাৰি সমষ্টিৰ মুঠ...