নামবৰ বনাঞ্চলৰ ঘন অৰণ্যৰ ভিতৰত এখন গছত চিপ লয় উলমি থকা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ উদ্ধাৰ। গোলাঘাটৰ নামবৰ বনাঞ্চলৰ ঘন অৰণ্যৰ ভিতৰত এখন গছত চিপ লয় উলমি থকা অৱস্থাত মাজুলী গাঁওৰ বাসিন্দা গুণ বৰা নামৰ ৬০ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃত মহিলা গৰাকীৰ পৰিয়ালৰ লোকে জানিব দিয়ে যে দীৰ্ঘদিন ধৰি মানসিক ৰোগ আক্ৰান্ত মহিলা গৰাকী যোৱা ২৩ জানুৱাৰী পুৱাৰে পৰা নিৰুদ্দেশ হয় আছিল। নামবৰ বনাঞ্চলত খৰিকটিয়াই মহিলা গৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰা পিছত আজি আত্মিয় সকলে আৰক্ষীৰ উপস্থিতিত এই মৃতদেহ উদ্ধাৰ কৰা পিছত পষ্টমাৰ্টম বাবে প্ৰেৰণ কৰে। কাৰো বিৰূদ্ধে কৰা হোৱা নাই যদিও যুৰীয়া দলং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় দহ কিলো মিটাৰ নিলগত এই ঘন অৰণ্যৰ ভিতৰত মহিলা গৰাকী কেনেকৈ প্ৰৱেশ কৰিলে ইয়াক লয় প্ৰশ্ন উত্থাপন কৰা হৈছে। এতিয়া আৰক্ষীৰ সঠিক তদন্ত প্ৰকৃত সত্য পোহৰলৈ আহিব পাৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जनवरी में दस्तक देने के लिए तैयार हैं ये शानदार SUVs, देखें लिस्ट में कौन से नाम शामिल
जनवरी महीने में कंपनियां जमकर एसयूवी गाड़ियां लॉन्च करने वाली हैं। बीते वर्ष एसयूवी सेगमेंट में...
मोटोरोला का नया फ्लिप फोन Motorola Razr 50 भारत में होगा लॉन्च, कंपनी ने लगाई मुहर
मोटोरोला अपने ग्राहकों के लिए एक नया फ्लिप फोन ला रहा है। जी हां Motorola Razr 50 Ultra के बाद...
बूंदी में रथ यात्रा मोहत्सव 7 जुलाई को, विभिन्न मंदिरों में विभिन्न आयोजन होगे
बूंदी में रथ यात्रा मोहत्सव 7 जुलाई को, विभिन्न मंदिरों में विभिन्न आयोजन होगे प्रेस विज्ञप्ति 2...
ড্ৰাগছৰ বিৰুদ্ধে বিশাল ৰেলী ।। Drugs || Bibidh News || Jagun || Lekhapani
ড্ৰাগছৰ বিৰুদ্ধে বিশাল ৰেলী ।। Drugs || Bibidh News || Jagun || Lekhapani