ইতিহাস ৰচনা কৰি বাৰ্মিংহামত ল’ন বলত স্বৰ্ণ জয় কৰিলে ভাৰতীয় দলে। কমনৱেলথ গেমছত লন বলত ভাৰতে দক্ষিণ আফ্ৰিকাক ১৭-১০ গ’লত পৰাস্ত কৰি স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হয়। ভাৰতৰ এই দলটােত আছে অসমৰ নয়নমণি শইকীয়া। বাৰ্মিংহামত স্বৰ্ণ জয়ৰ খবৰে নয়নমণি শইকীয়াৰ ওপজা গাওঁখনৰ লগতে সমগ্ৰ ৰাজ্যতে আনন্দৰ বন্যা বােৱাইছে। নয়নমণি শইকীয়া সৰুপথাৰৰ জীয়ৰী। সৰুপথাৰৰ টেঙাবাৰী গাঁৱৰ জীয়ৰী আৰু টেঙাহােলা গাঁৱৰ বােৱাৰী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মা ডিম্পলে বিয়াৰ আগতে অক্ষয় আৰু মোক ২ বছৰ লাইভ-ইন কৰিবলৈ ক’লে: টুইংকল
মাছাবা গুপ্তাৰ সৈতে হোৱা কথা-বতৰাত টুইংকল খান্নাই স্মৰণ কৰে যে তেওঁৰ মাতৃ ডিম্পল কাপাদিয়াই...
૧૫કરોડના ખર્ચે નિર્માણ પામેલ ઓવરબ્રીજ નુ લોકાર્પણ
રૂ.૧૫કરોડના ખર્ચે નિર્માણ પામેલ ભોલેશ્વર ઓવરબ્રીજ હિંમતનગરના ધારાસભ્યશ્રી વી.ડી. ઝાલાના હસ્તે...
Gurdaspur News: पाकिस्तानी ड्रोन को भारतीय सैनिकों ने सीमा पार करने से रोका, फायरिंग कर भगाया वापस
पंजाब के गुरदासपुर सेक्टर में पाकिस्तान की ओर से प्रवेश कर रहे एक ड्रोन को सैनिकों ने...
Cops take female wrestler to WFI chief's house, TMC seeks probe: ‘Unfathomable and shocking’
Some of India's top wrestlers have been demanding the arrest of their federation chief for...
શિક્ષણ જગતમાં લાંછન લગાવતો કિસ્સો
#buletinindia #gujarat #panchmahal