ইতিহাস ৰচনা কৰি বাৰ্মিংহামত ল’ন বলত স্বৰ্ণ জয় কৰিলে ভাৰতীয় দলে। কমনৱেলথ গেমছত লন বলত ভাৰতে দক্ষিণ আফ্ৰিকাক ১৭-১০ গ’লত পৰাস্ত কৰি স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হয়। ভাৰতৰ এই দলটােত আছে অসমৰ নয়নমণি শইকীয়া। বাৰ্মিংহামত স্বৰ্ণ জয়ৰ খবৰে নয়নমণি শইকীয়াৰ ওপজা গাওঁখনৰ লগতে সমগ্ৰ ৰাজ্যতে আনন্দৰ বন্যা বােৱাইছে। নয়নমণি শইকীয়া সৰুপথাৰৰ জীয়ৰী। সৰুপথাৰৰ টেঙাবাৰী গাঁৱৰ জীয়ৰী আৰু টেঙাহােলা গাঁৱৰ বােৱাৰী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ai Tools: बाहर घूमने की कर रहे हैं तैयारी तो ये एआई टूल्स आसान बना देंगें आपकी लाइफ
अगर आप कही घूमने का प्लान बना रहे हैं तो AI टूल आपके लिए बहुत मददगार साबित हो सकते हैं। ये आपके...
સાંતલપુરમાં દારૂ મુદ્દે ગ્રામજનોમાં ભારે રોષ | SatyaNirbhay News Channel
સાંતલપુરમાં દારૂ મુદ્દે ગ્રામજનોમાં ભારે રોષ | SatyaNirbhay News Channel
MERAPANI* আঠখেলীয়া নামঘৰৰ সংঘাতক লৈ পূৰ্বৰ নামঘৰ পৰিচালনা সমিতিৰ সাধাৰণ সভা।* আঠখেলীয়া নামঘৰত বৃহৎ
MERAPANI
* আঠখেলীয়া নামঘৰৰ সংঘাতক লৈ পূৰ্বৰ নামঘৰ পৰিচালনা সমিতিৰ সাধাৰণ সভা।
*...
Bed Bugs यानी खटमलों ने मचा रखा है घर में आतंक? जानिए इनके काटने पर क्या करना चाहिए? | Sehat ep 745
Bed Bugs यानी खटमलों ने मचा रखा है घर में आतंक? जानिए इनके काटने पर क्या करना चाहिए? | Sehat ep 745