হোজাইত আজমল আইন কলেজৰ ছাত্ৰীৰ আত্মহত্যাৰ চেষ্টা।।হোষ্টেলৰ দ্বিতীয় মহলাৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা ছাত্ৰী গৰাকীৰ।ছাত্ৰী গৰাকী দৰং জিলাৰ আছীমা বেগম।মূৰ, মুখ আৰু ভৰিত গুৰুতৰ বাবে হৈছে জখম।আঘাত গুৰুতৰ হোৱাত গুৱাহাটীলৈ কৰিছে প্ৰেৰন।ৰবীন্দ্ৰনাথ টেগৰ বিশ্ববিদ্যালয়ৰ সম্মুখত আছে হোষ্টেলটো।নিজামউদ্দীন বৰভূঞাৰ ঘৰত ভাড়াত চলি আছে আজমল আইন কলেজৰ হোষ্টেলটো।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে নাৰায়ণপুৰত প্ৰতিবাদ
অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণত কেন্দ্ৰীয় চৰকাৰৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে নাৰায়ণপুৰত প্ৰতিবাদ ৷...
সানেকুছি ওজাতোলাত বিনামূলীয়া চকু পৰীক্ষন শিবিৰ সম্পন্ন || @ASSAM PATRIKA &ne⁷
সানেকুছি ওজাতোলাত বিনামূলীয়া চকু পৰীক্ষন শিবিৰ সম্পন্ন || @ASSAM PATRIKA &ne⁷
কৃতী শিক্ষক নীলোৎপল হাজৰিকাক সম্বৰ্ধনা।
নামনি মাজুলীৰ কৰতিপাৰ হাইস্কুলৰ সহকাৰী শিক্ষক,চলিত বৰ্ষৰ জিলা কৃতী শিক্ষকৰ বটা প্ৰাপক গোৱালগাওঁ...
કોંગ્રેસના નેતાએ કલેકટરને રજૂઆત કરી
કોંગ્રેસના નેતાએ કલેકટરને રજૂઆત કરી