নাৰায়ণপুৰ বৰনামঘৰৰ ওচৰত সংঘটিত পথ দুৰ্ঘটনাত শক্ৰাহীৰ ৫ নং খ ৱাৰ্ডৰ প্ৰদীপ বৰা আৰু অঞ্জু বৰাৰ পুত্র ৰিতুপন বৰাৰ মৃত্যু।সোমবাৰে নিশাই বাইক দুৰ্ঘটনাত পতিত হোৱা যুৱকজনক লখিমপুৰ মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰিছিল যদিও পিছত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে। কিন্তু অসম মেডিকেল কলেজ হস্পিতাললৈ চিকিৎসাধীন অৱস্থাতেই মৃত্যুক আঁকোৱালি ল'লে ৰিতুপন বৰাই। বিভিন্ন সামাজিক কামৰ লগত জড়িত ৰিতুপন বৰাৰ মৃত্যুত শোঁকস্তব্দ হৈ পৰিছে এতিয়া সমগ্ৰ নাৰায়ণপুৰবাসী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BANASKATHA // ગુંદરી ચેકપોસ્ટ પર થી ઈંગ્લીશ દારૂની ભરેલી ટ્રક સાથે એક શખ્સ ને ઝડપી પાડતી પાંથાવાડા પોલીસ..
બનાસકાંઠાની ગુંદરી પોલીસ ચેક પોસ્ટ ઉપરથી ટ્રક ગાડી નંબર RJ.46.GA.4709 માંથી ભારતીય બનાવટનો દારૂનો...
এইবাৰ একেলগে ৩জন আৰক্ষীক গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই।
🔴এইবাৰ একেলগে ৩জন আৰক্ষীক গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই।
🔴লাহৰীঘাট থানাত ২০ হাজাৰ...
Parliament Winter Session: आजादी की लड़ाई में…., बयान पर राज्यसभा में मल्लिकार्जुन खड़गे और पीयूष गोयल की ठनी, सभापति जगदीप धनखड़ ने किया बीच-बचाव
Mallikarjun Kharge Comment: जगदीप धनखड़ ने ने कहा कि विपक्ष कुछ बोलता है तो सत्ता पक्ष की ओर से...