মুকালমুৱাৰ বৰলিয়াৰপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। হাজো দৌলাশাল পথৰ বৰলিয়াৰপাৰত সংঘটিত হোৱা পথ দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটি আৰোহী এটি কিশোৰ। এখন ট্ৰাক আৰু স্কুটিৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনাটো। এখন স্কুটিত বৰপেটা অভিমুখে গৈ আছিল মাতৃ-পুত্ৰ। বিপৰীত দিশৰ পৰা অহা ট্ৰাক এখনৰ লগত সংঘটিত হোৱা দূৰ্ঘটনাটোত থিতাতে নিহত হয় স্কুটি আৰোহী ৰক্তিম দাস (১২) নামৰ কিশোৰজন। লগতে আহত হয় স্কুটি চালক মাতৃ দময়ন্তি দাস নামৰ মহিলা গৰাকী। মুকালমুৱা চিকিৎসালয়ত দুয়োজনকে ভৰ্তি কৰোৱাই যদিও চিকিৎসকে মৃত ঘোষণা কৰে পুত্ৰ ৰক্তিম দাসক। গুৱাহাটীৰ পৰা বৰপেটাৰ চেঙালৈ মাতৃ-পুত্ৰ স্কুটিত গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। মৃত কিশোৰজনৰ ঘৰ বৰপেটাৰ ভেল্লাত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত পতিত স্কুটি খনৰ নম্বৰ AS 01 DB 6945 আৰু ট্ৰাক খনৰ নম্বৰ AS 01 DD 0468
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सत्यनारायण ठाकुरबाड़ी समिति सोनारी का दायित्व ग्रहण।
सत्यनारायण ठाकुरबाड़ी समिति सोनारी की नवनिर्वाचित समिति ने दायित्व ग्रहण किया।जिसमें सभापति हेमंत...
‘અમિત શાહ સાથે રોજ ઉઠક-બેઠક છે’ કહીને 2 કરોડની કરી છેતરપિંડી
ગૃહમંત્રી અમિત શાહના નામે 2 કરોડની છેતરપિંડીનો મામલો સામે આવ્યો છે. ભ્રષ્ટાચાર સામે ભાજપની ઝીરો...
মৰাণৰ ঝলম ৰঙাগডা গোৰ্খা ভৱন অনুষ্ঠিত হ'ব ৭৮ সংখ্যক বলিদান দিৱস
মৰাণৰ ঝলম ৰঙাগডা গোৰ্খা ভৱন অনুষ্ঠিত হব ৭৮ সংখ্যক বলিদান দিৱস
৩০ ছেপ্টেম্বৰত মুক্তি পাব নতুন অসমীয়া ছবি 'ব্ৰীজ'
৩০ ছেপ্টেম্বৰত মুক্তি পাব নতুন অসমীয়া ছবি 'ব্ৰীজ'
सेनगाव पंचायत समिती कार्यालयासमोर ढोल बजाव आंदोलन पुकारून निषेध
सेनगाव पंचायत समिती कार्यालयासमोर ढोल बजाव आंदोलन पुकारून निषेध
सेनगांव पंचायत समिती...