মাজুলীত এখন চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা দাবীৰে মাজুলীত আৰম্ভ কৰে ৰাইজৰ দলে গণ স্বাক্ষৰ অভিযান। তেজস্বিতা বৰুৱাৰ পিতৃৰ পৰাই আৰম্ভ এই এক লাখ স্বাক্ষৰ অভিযান।