গোলাঘাটত বাঘৰ আক্ৰমণঃগোলাঘাটৰ উদয়ন চাহ বাগিচাত আতংকজনক পৰিৱেশ । গুৰুত্বৰ ভাবে আহত এজন। গোলাঘাট জিলাৰ মৰঙী ৰাজহ চক্ৰৰ অন্তৰ্গত উদয়ন চাহ বাগিছাত প্ৰায় ৩০ জন শ্ৰমিকে কৰ্মৰত অৱস্থাত হঠাৎ ৰুপেশ্বৰ তাঁতী নামৰ এজন শ্ৰমিকক বাঘে আকস্মিকভাৱে আজি আক্ৰমণ কৰে। বাঘৰ আক্ৰমণত শ্ৰমিকজন গুৰুতৰভাৱে আহত হয় । শ্ৰমিক জনৰ লগত একেলগে কাম কৰি থকা আন এজন শ্ৰমিকে দৌৰি আহি বাঘ খেদি পঠিয়াবলৈ অৱশ্যে সক্ষম হয় । আহত শ্ৰমিকজন গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । বাগিচাখনত বন বিভাগৰ দল উপস্থিত হৈ বাঘৰ অৱস্থিতি পৰ্যবেক্ষণ কৰিছে । উক্ত ঘটনাক কেন্দ্ৰ কৰি বাগিচাখনত তিৰ্ব চাঞ্চল্য বিৰাজ কৰিজে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડિસા બનાસ નદીના પુલ નીચેથી અજાણ્યા યુવકની લાશ મળી આવતાં ચકચાર
ડીસા બનાસ નદીના બ્રિજ નીચેથી એક અજાણ્યા યુવકની લાશ મળી આવતાં ચકચાર મચી..
બનાસ નદીના...
শিৱসাগৰত জিলা স্বাস্থ্য বিভাগৰ "বিশ্ব স্তনপান সপ্তাহ" উদ্যাপন
শিৱসাগৰ জিলাত বিশ্বৰ স্তনপান সপ্তাহ উদ্যাপন কৰা হয় ৷ ২ আগষ্ট, শুক্ৰবাৰে শিৱসাগৰ নগৰৰ আৰবান...
देश के सबसे महंगे एक्सप्रेस-वे पर कितना लगता है टोल, हर साल होता है 6 फीसदी का इजाफा
Most expensive Expressway in India देश में बड़ी तेजी से नए-नए हाईवे और एक्सप्रेस-वे बन रहे हैं।...
મોરબી સિવિલ હોસ્પિટલમાં મૃત બાળકીને જન્મ આપનાર માતા ભ્રુણને છોડીને નાસી ગઈ
મોરબી સિવિલ હોસ્પીટલમાં પ્રસૂતિ માટે આવેલ મહિલાએ મૃત બાળકીને જન્મ આપ્યો હતો અને બાદમાં તે માતા...
પાલનપુરના મોટા નજીક ડમ્પર ચાલકે બોલેરો ગાડીને ટક્કર મારતાં અકસ્માત સર્જાયો
ડીસા-પાલનપુર નેશનલ હાઇવે પર મોટા ગામ નજીક ડમ્પર ચાલકે બોલેરો ગાડીને ટક્કર મારતાં અકસ્માત સર્જાયો...