কোকৰাঝাৰ অক্টোবৰ ৮: অহা ২০২৩ চনৰ ১০ ফেব্ৰুৱাৰী পৰা কোকৰাঝাৰৰ পাটগাওত অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ ৬২ তম অধিবেশন। কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া অধিবেশনৰ বিষয়ে আলোচনাৰ বাবে আজি কোকৰাঝাৰ আৰ এন বি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বড়ো সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা। বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই সংবাদ মাধ্যমৰ যোগেদি উক্ত অধিৱেশন সাফল্য মণ্ডিত কৰিবলৈ কোকৰাঝাৰবাসী সকলো শ্ৰেণীৰ ৰাইজক সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ફતેપુરા તાલુકામાં આજે કુલ 10 મીમી વરસાદ વરસ્યો.
ફતેપુરા તાલુકામાં આજે કુલ 10 મીમી વરસાદ વરસ્યો.
हातखंबा परिसरात गेले चार दिवस वारंवार वीजपुरवठा होतोय खंडित; नागरीक हैराण
रत्नागिरी : तालुक्यातील हातखंबा परिसरात गेल्या चार दिवासांपासून विजेचा लपंडाव सुरू असल्याने...
तीन युवकों ने गैंगरेप करने का किया प्रयास नाबालिग किशोरी से।
जनता जौनपुर में,तीन युवकों ने गैंगरेप करने का किया प्रयास नाबालिग किशोरी से। मालूम होकि जनपद...
ગૃહ રાજ્યમંત્રી હર્ષ સંઘવીએ દશેરાની ઉજવણી કરી
#buletinindia #gujarat