বহু প্ৰত্যাশিত মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম আজিৰে পৰা পুনৰ আৰম্ভ হৈছে। বিগত সময়ত কিছু কাৰিকৰী দিশৰ প্ৰতি লক্ষ্য ৰাখি কামত শিথিলতা আহিছিল যদিও আজিৰ পৰা বিভাগ আৰু ঠিকাদাৰ কৰ্তৃপক্ষই ক্ষিপ্ৰগতিৰে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদানেৰে পুনৰ দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। সমূহ মাজুলীবাসী ৰাইজৰ সহযোগিতাৰে আৰু বিভাগৰ তীক্ষ্ণ পৰ্যবেক্ষণত আমি মাজুলীবাসীয়ে এক সুন্দৰ দলং পাবলৈ সক্ষম হ'ব বুলি জনাইছে বিধায়ক ভূৱন গামে !
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
चाइनीज मांझे से लोग घायल हो रहे बार बार,कार्यवाही हो इसे मानकर धारदार हथियार : राकेश नायक
भाजपा नेता और किसान मोर्चा के प्रदेश कार्यसमिति सदस्य राकेश नायक के नेतृत्व में प्रतिनिधिमंडल ने...
पर्युषण पर्व हमें आत्मशुद्धि का अवसर देता है-आचार्य जिनमणिप्रभसूरीश्वर कोटड़िया नाहटा ग्राउण्ड में प्रतिदिन प्रवचन में हजारों श्रोता सुन रहे प्रवचन
कोटड़िया-नाहटा ग्राउण्ड स्थित सुधर्मा प्रवचन वाटिका में श्री जैन श्वेताम्बर खरतरगच्छ चातुर्मास...
भारत की दोस्त Sheikh Hasina पर खतरा, Jamat-I-Islami करेगी तख्तापलट? Bangladesh news| Duniyadari E961
भारत की दोस्त Sheikh Hasina पर खतरा, Jamat-I-Islami करेगी तख्तापलट? Bangladesh news| Duniyadari E961
দৰঙৰ ঐতিহাসিক শ্ৰীশ্ৰীশিয়লা বৈষ্ণৱ, দেওমৰনৈ সত্ৰত শ্ৰীকৃষ্ণৰ জন্মোৎসৱ পালন
আজি শ্ৰীকৃষ্ণৰ জন্মোৎসৱ ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদ্যাপন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মোৎসৱ ৷...